• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কাইলৈ ঘোষণা কৰা হ’ব CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 14, 2020 2:32 pm

1 min read

কাইলৈ ঘোষণা কৰা হ’ব CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল
447
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ (CBSE)ৰ দশম শ্ৰেণীৰ চূডান্ত পৰীক্ষাৰ ফলাফল কাইলৈ অৰ্থাৎ বুধবাৰে ঘোষণা কৰিব।

ইয়াৰ পূৰ্বে সোমবাৰে CBSE এ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিছিল।

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে আজি এটা টুইটৰ জৰিয়তে দশম শ্ৰেণীৰ ফলাফল কাইলৈ ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে।

ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ দশম শ্ৰেণীৰ পৰীক্ষা ফলাফলসমূহ www.results.nic.in, www.cbseresults.nic.in, আৰু www.cbse.nic.in. ত চাব পাৰিব।

উল্লেখ্য যে সোমবাৰে ঘোষণা কৰা দ্বাদশ শ্ৰেণীৰ ফলাফলৰ মেৰিট লিষ্ট জাৰি কৰা নাছিল। সেই দিশৰ প্ৰতি লক্ষ্য কৰিলে ধাৰণা কৰিব পাৰি যে দশম শ্ৰেণীৰো মেৰিট লিষ্ট প্ৰকাশ নকৰে।

CBSE ৰ দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৮.৭৮ শতাংশ। যোৱা বছৰ উত্তীৰ্ণৰ হাৰ আছিল ৮৩.৪০ শতাংশ।

ইফালে ৯৪.৩৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দেশৰ ভিতৰতে শীৰ্ষত দিল্লী জ’ন।

আনহাতে CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফলত ল’ৰাৰ তুলনাত ছোৱালীৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd