DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা; ৯১.৪৬ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2020 1:26 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.3k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ চমুকৈ (CBSE) য়ে প্ৰতীক্ষাৰ অন্তত ২০২০ বৰ্ষৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰে।

যিসকল ছাত্ৰ-ছাত্ৰীয়ে চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে cbse.nic.in আৰু cbseresults.nic.in ৱেবচাইটলৈ গৈ নিজৰ নিজৰ ফলাফল সমূহ চাব পাৰিব।

চলিত বৰ্ষত ১৬ লাখত কৈ অধিক ছাত্ৰ-ছাত্ৰী চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত মুঠ ৯১.৪৬ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।

উত্তীৰ্ণ হোৱা ৯১.৪৬ শতাংশ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৯৩.৩১ শতাংশ ছোৱালী আৰু ৯০.১৪ শতাংশ ল’ৰা।

বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো ত্ৰিবান্দ্ৰম শীৰ্ষ স্থানত থাকে। ত্ৰিবান্দ্ৰমৰ ৯৯.৮৫ শতাংশ ছাত্ৰ-ছাত্ৰী চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে চলিত বৰ্ষত ছাত্ৰ-ছাত্ৰী সকলে মুখত মাস্ক পিন্ধি চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

দুদিন পূৰ্বে চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল।

Recent News

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd