• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ প্ৰস্তাৱ : ১৫ জুলাইৰ ভিতৰত CBSE ১০ম আৰু ১২শ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা

পৰীক্ষা সম্পন্ন নোহোৱা বিষয়সমূহত কেনেদৰে মূল্যায়ন কৰা হ'ব? তাৰো পৰামৰ্শ দিছে সৰ্বোচ্চ ন্যায়ালয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 26, 2020 4:01 pm

2 min read

index
2.9k
VIEWS
Share on FacebookShare on Twitter

ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ অৱশিষ্ট পৰীক্ষাসমূহ বাতিলৰ প্ৰস্তাৱ দিছে।

ইফালে দশম আৰু দ্বাদশ শ্ৰেণীৰ সম্পন্ন হৈ যোৱা পৰীক্ষাসমূহৰ বহী মূল্যায়ন কৰি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ চিবিএচইৰ প্ৰস্তাৱকো মানি লৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

ন্যায়াধীশ এ এম খানউলকৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে আজি এই নিৰ্ণয় লোৱাৰ লগতে অহা ১৫ জুলাইৰ ভিতৰত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ চিবিএচইক নিৰ্দেশ দিছে।

উচ্চতম ন্যায়ালয়ে চিবিএচইক ইতিমধ্যে সম্পন্ন যোৱা বিষয়সমূহৰ পৰীক্ষাৰ বহী মূল্যায়ন কৰি তাৰ ভিত্তিতে বাকী থকা বিষয়কেইটাৰ নম্বৰ দিবলৈ পৰাৰ্মশ দিছে।

আইচিএচই-এ চিবিএচইক ইতিমধ্যে এই পৰামৰ্শকে প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে।

“পৰীক্ষাৰ্থীসকলে কেৱল মাত্ৰ তিনিটা বিষয়ৰ পৰীক্ষাহে দিব পাৰিলে, তাৰ ভিতৰত বেছি নম্বৰ পোৱা দুটা বিষয়ৰ গড় নম্বৰ উলিয়াই বাকী থকা বিষয়বোৰত সেই অনুযায়ী নম্বৰ দিয়া হ’ব।” চিবিএচইৰ পৰীক্ষা নিয়ন্ত্ৰক সন্যম ভৰদ্বাজে কয়।

উল্লেখ্য যে, ক’ৰ’নাতংকৰ বাবে চিবিএচইৰ যোৱা মাৰ্চ-এপ্ৰিল মাহৰ পৰীক্ষাসূচীৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ কেবাটাও বিষয়ৰ পৰীক্ষা স্থগিত ৰখা হৈছিল।

ইয়াৰ পিছতে শিক্ষা সংসদে ১-১৫ জুলাইৰ ভিতৰত বাকী থকা পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল যদিও ক’ৰ’নাতংকৰ পৰিস্থিতি সুস্থিৰ নোহোৱাৰ বাবে ইতিমধ্যে অৱশিষ্ট পৰীক্ষাসমূহ বাতিল কৰা হৈছে।

যোৱা বৃহস্পতিবাৰে চলিচিটৰ জেনেৰল তুষাৰ মেটাই উচ্চতম ন্যায়ালয়ক জনাই যে ক’ৰ’তাংকৰ এই পৰিস্থিতিত অৱশিষ্ট পৰীক্ষাসমূহ অনুষ্ঠিত কৰা সম্ভৱ নহয়।

Recent News

ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

index

দুধনৈত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী : কৃষ্ণাইৰ বিজেপি কাৰ্যালয়ত তলা ক্ষোভিত নেতা কৰ্মীৰ

20201207_1907131-750x376

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd