DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি বিয়লি ৪বজাত ঘোষণা কৰা হ’ব CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2020 1:16 pm
Story-8-4-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

1.1k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড অৰ্থাৎ চিবিএছচিয়ে ইয়াৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল সোমবাৰে বিয়লি ৪বজাত ঘোষণা কৰিব।

সূত্ৰসমূহে জনায় যে চিবিএছচিয়ে পৰীক্ষাৰ এই ফলাফল ঘোষণাৰ বাবে অন্তিম প্ৰস্তুতি চলাইছে।

ইয়াৰ পূৰ্বে চিবিএছচিয়ে ঘোষণা কৰিছিল যে ইয়াৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ছাত্ৰ-ছাত্ৰীসকলে অৱতীৰ্ণ হোৱা পৰীক্ষা আৰু আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত ১৫ জুলাইৰ ভিতৰত ঘোষণা কৰিব।

দেশত কোভিড-১৯পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই চিবিএছচিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল সিদ্ধান্ত বাতিল কৰা হৈছিল।

ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ফলাফলসমূহ www.results.nic.in, www.cbseresults.nic.in, আৰু www.cbse.nic.in. ত চাব পাৰিব।

ইন্টাৰনেটৰ সুবিধাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকেৰ ফলাফল 011-24300699 ফোন নম্বৰত ফোন কৰি নিৰ্দেশনা অনুসৰণ কৰি লাভ কৰিব।

আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে নিম্নোক্ত নিৰ্দেশনা অনুসৰণ কৰি এছএমএছৰ জৰিয়তেও ফলাফল লাভ কৰিব পাৰে:  TYPE cbse12 and SEND it to mobile number 7738299899.

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd