• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চি বি এছ ইয়ে মাৰ্কশ্বিটৰ পৰা আঁতৰাব ‘ফেইল’ শব্দ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 8, 2020 10:28 am

1 min read

CBSE

প্ৰতিনিধিত্বমূলক ছবি

1k
VIEWS
Share on FacebookShare on Twitter

ছাত্ৰ-ছাত্ৰীৰ মানসিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চি বি এছ ইয়ে নতুন নীতি গ্ৰহণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

ছাত্ৰ-ছাত্ৰীৰ মানসিক অৱস্থাৰ প্ৰতি ভাবুকিলৈ লক্ষ্য ৰাখি চি বি এছ ইয়ে মাৰ্কশ্বিটৰ পৰা ‘ফেইল’, ‘কম্পাৰ্টমেণ্টেল’ আদি ঋণাত্মক শব্দ সমূহ আঁতৰোৱাৰ বাবে পৰিকল্পনা লৈছে।

বোৰ্ডে বিদ্যালয় সমূহৰ পৰা ইয়াৰ পৰিৱৰ্তে চাৰিটা বিকল্প শব্দ বিচাৰিছে যি ছাত্ৰ-ছাত্ৰীৰ মনত ঋণাত্মক প্ৰভাৱ নেপেলায়।

চি বি এছ ইয়ে নতুন নীতি নিৰ্ধাৰণ নকৰালৈকে বিদ্যালয় সমূহক মাৰ্কশ্বিটত নিজাববীয়াকৈ নতুন শব্দ ব্যৱহাৰ কৰাৰ বাবে নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, চি বি এছ ইৰ মাৰ্কশ্বিটত যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে দুটাতকৈ অধিক বিষয়ত অনুত্তীৰ্ণ হয় তেতিয়া মাৰ্কশ্বিটত ফেইল বুলি লিখাৰ বিপৰীতে দুটা বা তাতকৈ কম বিষয়ত অনুত্তীৰ্ণ হ’লে কম্পাৰ্টমেণ্টেল বুলি লিখা হয়।

মাৰ্কশ্বিটত ফেইল বুলি লিখাৰ ফলত বহু ছাত্ৰ-ছাত্ৰীয়ে মানসিকভাৱে হতাশ হৈ পৰে যাৰ প্ৰভাৱ তেওঁলোকৰ ভবিষ্যত পাঠ্যক্ৰম গ্ৰহণত প্ৰত্যক্ষভাৱে পৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd