• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’ণাত পিতৃ-মাতৃ হেৰুওৱা শিক্ষাৰ্থীৰ মাচুল ৰেহাই দিলে CBSE- এ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2021 9:35 am
CBSE
5.4k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE)- এ ক’ভিদত নিজ পিতৃ-মাতৃক হেৰুওৱা শিক্ষাৰ্থীৰ বাবে পঞ্জীয়ন মাছুল আৰু পৰীক্ষা মাচুল ৰেহাই দিব। এক বিবৃতি যোগে এই কথা সদৰী কৰে CBSE-এ।

CBSE , বিবৃতিটোত বোৰ্ডে উল্লেখ কৰিছে যে’ “ক’ভিদে সমগ্ৰ দেশতে ভয়ানক প্ৰভাৱ বিস্তাৰ কৰিলে আৰু শিক্ষাৰ্থীৰ ওপৰত ক’ভিদৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিভাৱকক কৰ’ণাত হেৰুৱাইছে তেওঁলোকৰ বাবে ২০২১-২২ শিক্ষা বৰ্ষৰ সকলো মাচুল ৰেহাই দিব।”

ইতিমধ্যে বোৰ্ডে বিদ্যালয় সমূহক দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ তালিকা পঠিয়াবলৈ নিৰ্দেশ দিছে।

মাচুল ৰেহাইৰ যোগেদি শিক্ষা বৰ্ষ ২০২১-২২ ৰ বাবে শিক্ষাৰ্থীৰ স্বাৰ্থত এক বিশেষ উপায় অৱলম্বন কৰা বুলি উল্লেখ কৰে বোৰ্ডে।

লগতে CBSE- এ দুই তৰপীয়া বোৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তথ্য অনুসৰি, ইয়াৰে এটা পৰীক্ষা এই বৰ্ষৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব।

সেইদৰে অহা বৰ্ষৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ ভিতৰত দ্বিতীয় পৰীক্ষা অনুষ্ঠিত হ’ব।

Also read :  হাত দাঙিলে কোহলিৰ RCBয়ে; IPLত দুৰ্দান্ত জয়েৰে অভিযান আৰম্ভ KKRৰ

২০২১-২২ শিক্ষা বৰ্ষত যাতে দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলে কোনো অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়,তাৰ বাবে বোৰ্ডে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd