• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াত বাদ পৰিছে জনজাতীয় লোকৰ নাম : CCTOA

‘এজনো খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম বাদ পৰিলে হ’ব তীব্ৰ গণতান্ত্ৰিক আন্দোলন’ আদিত্য খাখলাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 29, 2019 7:23 pm
ৰকৰৰ

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াত বাদ পৰিছে বহু জনজাতীয় লোকৰ নাম। এই গুৰুতৰ অভিযোগ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি চমুকৈ CCTOA ৰ।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকে ধৰি জনজাতীয় লোকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত CCTOA এ পল্টনবজাৰস্থিত ট্ৰাইবেল জিৰণি ঘৰত বৃহস্পতিবাৰে এখন সভা অনুষ্ঠিত কৰিছিল।

Apply Now

সভাৰ অন্তত ১৩ সংগঠনৰ নেতৃবৃন্দ মিলিত হৈ এক সংবাদমেল সম্বোধন কৰে।

উক্ত সংবাদমেলত ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীয়ে বহু খিলঞ্জীয়া লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰা বুলি গুৰুতৰ অভিযোগ তোলে।

‘’এজনো খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম বাদ পৰিলে হ’ব তীব্ৰ গণতান্ত্ৰিক আন্দোলন,’’- আদিত্য খাখলাৰীয়ে কয়।

‘’এনআৰচিৰ পৰা বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰা বুলি খবৰ আহিছে। বিটিচি, কাৰ্বি আংলঙৰ পৰা খবৰ আহিছে নাম বাদ পৰা বুলি। কিছুমান জনজাতীয় লোকে এনআৰচিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনেই কৰা নাই,’’- সংবাদমেলত খাখলাৰীয়ে এইদৰে কয়।

ইপিনে, ভূমিপুত্ৰৰ নাম বাদ পৰি সন্দেহযুক্ত লোকৰ নাম অন্তৰ্ভুক্ত হ’লে ১০০ শতাংশ শুদ্ধ এনআৰচি কেতিয়াও প্ৰকাশ নাপায় বুলি মন্তব্য কৰি তেওঁ কয়, ‘’থলুৱাৰ নামে ঠাই নোপোৱা এনআৰচি কেতিয়াও শুদ্ধ হ’ব নোৱাৰে।‘’

আনহাতে, সেই একেখন সংবাদমেলত উপস্থিত থাকি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেনসিং ৰাভাই লিগেচী ডাটা ভাড়াত ব্যৱহাৰ হৈ থকা বুলি গুৰুতৰ অভিযোগ তোলে।

‘’লিগেচী ডাটা ভাড়াত ব্যৱহাৰ হৈ আছে। লিগেচী ডাটা ভাড়াত দিয়া মানুহৰ ভয় আৰম্ভ হৈছে, এনআৰচি হৈ যোৱাৰ পাছত লোকজন লিগেচী ভাড়া দিয়া লোকৰ পৰিয়ালৰ অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ভূমিৰ ওপৰত অধিকাৰ দেখুৱাব বুলি ভয় হৈছে,’’- ৰাভাই এইদৰে কয়।

তদুপৰি, ‘’এক হাজাৰ-দুই হাজাৰ জনজাতীয় লোকৰ নাম বাদ পৰা এনআৰচি আমাক নালাগে’’ বুলি সদৰী কৰি তেওঁ কয়, ‘’কাৰ্বিআংলঙত বহু জনজাতীয় লোকৰ নাম এনআৰচিৰ খচৰাৰ পৰা বাদ পৰিছিল, এতিয়া তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ’ল নে নাই নাজানো।‘’

‘’এনআৰচি প্ৰকাশ পোৱাৰ পাছতহে প্ৰকৃত স্বৰূপটো গম পোৱা যাব। ১০০ শতাংশ শুদ্ধ এনআৰচি হ’ব লাগে, খিলঞ্জীয়া ভুমিপুত্ৰৰ নাম অন্তৰ্ভুক্ত হ’ব লাগে, বিদেশী এজনৰো নাম অন্তৰ্ভুক্ত হ’ব নালাগে,’‘-সংবাদমেলত ৰাভাই এইদৰে মন্তব্য কৰে।

ইপিনে, উক্ত সংবাদমেলত উপস্থিত থাকি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে কয়, ‘’এন আৰ চিত যি সকল সন্দেহযুক্ত নাগৰিকৰ নাম সোমাইছে, সেই সকলক উলিয়াবৰ বাবে ইয়াত ব্যৱস্থাও কৰিব লাগে। ইয়াত কোনো কেৰোণ থাকিব নালাগে আৰু অসমৰ জনজাতি সকল সুৰক্ষিত হ’ব লাগে।‘’

‘’কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে চৰকাৰ বা প্ৰশাসনে সমগ্ৰ অঞ্চলত কুচকাৱাজ কৰিব লাগে। কোনো সংঘাতময় পৰিস্থিতিৰ যাতে উদ্ভৱ নহয়, তাৰ প্ৰতি চৰকাৰে চকু ৰাখিব লাগে। প্ৰয়োজন সাপেক্ষে নিৰাপত্তা ব্যৱস্থা কটটীয়া কৰিব লাগে,’‘-চৰকাৰ তথা প্ৰশাসনৰ প্ৰতি আহ্বান জনাই বড়োৱে এইদৰে কয়।

উল্লেখ কৰিব পাৰি যে, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সভাৰ পাছত খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীক সাংবিধানিক ৰক্ষাকৱচ’ হিচাপে লিপিবদ্ধ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা ৰাজপত্ৰ অধিসূচনা জাৰি কৰিবলৈ দাবী জনোৱাৰ লগতে ট্ৰাইবেল বেল্ট ব্লকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ মঞ্চই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায়।

তদুপৰি, খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে গঠন কৰা হৰিশংকৰ ব্ৰহ্ম কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰি উক্ত প্ৰতিবেদনৰ আধাৰত খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ ওপৰত সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰিবলৈ মঞ্চই দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd