• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাশ্মীৰৰ নতুন মানচিত্ৰ প্ৰকাশ কেন্দ্ৰৰ; অন্তৰ্ভুক্ত পাক অধিকৃত কাশ্মীৰ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , November 3, 2019 11:01 am

1 min read

JK-new-map

জম্মু-কাশ্মীৰৰ নতুন মানচিত্ৰ।

8.7k
VIEWS
Share on FacebookShare on Twitter

ভুস্বৰ্গ হিচাপে পৰিচিত কাশ্মীৰৰ মানচিত্ৰ প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰে। এইবাৰ ভাৰতৰ মানচিত্ৰই পালে এক নতুন ৰূপ। দুখন নতুন কেন্দ্ৰীয় শাসিত অঞ্চলক চিহ্নিত কৰি প্ৰকাশ কৰা হৈছে দেশৰ নতুন মানচিত্ৰ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰলয়ে শনিবাৰে জম্মু আৰু কাশ্মীৰত নতুনকৈ গঠন কৰা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু লাডাখৰ সীমা সম্বন্ধিত এক বিজ্ঞপ্তি জাৰি কৰে।

বিজ্ঞপ্তিত ভাৰতৰ এখন নতুন ৰাজনৈতিক মানচিত্ৰও দিয়া হৈছে। এই মানচিত্ৰত পাক অধিকৃত কাশ্মীৰৰ মীৰপুৰ আৰু মুজাফৰবাদৰ দৰে অঞ্চলো আছে।

আনুষ্ঠানিকভাৱে দেশৰ নতুন কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰস্তুত হোৱা আৰু ইয়াৰে প্ৰথম লেফটেনেন্ট গৱৰ্ণৰে শপত গ্ৰহণ কৰাৰ দুদিন পাছতে বিজ্ঞপ্তিটো প্ৰকাশ কৰা হৈছে।

বৃহস্পতিবাৰে ভাৰতৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ হিচাপ সলনি কৰি নতুন ৰূপত আত্মপ্ৰকাশ ঘটিছে।

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৪ সংখ্যক জন্ম বাৰ্ষিকীৰ দিনটোতে জম্মু-কাশ্মীৰ আৰু লাডাখক দুখন কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তিৰত কৰা হয়।

ইপিনে, জম্মু-কাশ্মীৰ দ্বিখম্ডিত হোৱাৰ পাছত ভাৰতৰ ৰাজ্যৰ সংখ্যা হ্ৰাস পাই ২৮ খন হৈছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা বৃদ্ধি পাইছে ৯খনলৈ।

শনিবাৰে প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল কাৰ্গিল আৰু লেহৰ বাহিৰে পূৰ্বৰ ৰাজ্যখনৰ সকলো জিলাই থাকিব।

Recent News

India Republic Day

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

IMG-20210127-WA0006

নগাঁৱত ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd