DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’ণাতংকৰ বাবেই এবছৰ পিচুৱাই যাব পাৰে দেশৰ লোকপিয়ল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2020 11:56 am
papu-1-copy
246
VIEWS
Share on FacebookShare on Twitter

দেশত এতিয়া ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ চলিছে।

এনে পৰিস্থিতিত লোক পিয়ল আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম এবছৰৰ বাবে পিচুৱাই যাব পাৰে বুলি ইংগিত দিছে কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মুখপাত্ৰই।

পৰিচয় ব্যক্ত কৰিবলৈ ইচ্ছা নকৰা মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা মতে লোকপিয়ল আৰু ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জীৰ বাবে যি প্ৰাথমিক কাম কৰিব লাগে সেয়াই এতিয়ালৈকে হৈ উঠা নাই।

চলিত বছৰৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্তেম্বৰ পৰ্যন্ত দেশত লোকপিয়ল  আৰু ৰাষ্ট্ৰীয়  জনসংখ্যাপঞ্জীৰ কাম হোৱাৰ কথা আছিল যদিও ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাৰ্চ মাহতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লকডাউন ঘোষণা কৰিবলগীয়া হয়।

উল্লেখ্য ভাৰতৰ দৰে জনবহুল দেশ এখনত লোকপিয়ল এক অতি জটিল বিষয়।

লোকপিয়লৰ সৈতে দেশৰ প্ৰায় ৩০ লাখ লোকে দিন-ৰাতি একাকাৰ কৰি কাম কৰিবলগীয়া হয়।

কিন্তু এইবাৰ ক’ৰ’ণাতংকৰ বাবে কোনেও লোকপিয়লৰ কামত বাহিৰলৈ ওলোৱাৰ সাহস গোটাব পৰা নাই।

সেয়ে ২০২১ চনত প্ৰকাশ পাবলগীয়া লোকপিয়ল এবছৰ পিচুৱাই যোৱাৰ আশংকাই দেখা দিছে।

দেশত প্ৰতি দহ বছৰৰ মূৰে মূৰে লোকপিয়ল হৈ আহিছে।

বিশ্বৰ ভিতৰতে ভাৰতৰ লোকপিয়ল ব্যৱস্থাই হৈছে সৰ্ববৃহৎ লোকপিয়ল।

Recent News

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd