• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এছ আই আৰ শেষ হোৱাৰ পিছতেই আৰম্ভ হ’ব জনগণনা : ডিজিটেল পদ্ধতিৰে দুটা পৰ্যায়ত সম্পূৰ্ণ কৰা হ’ব এই প্ৰক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2025 5:57 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ লগতে বৰ্তমান ১২খন ৰাজ্যত এছআইআইৰ  কাম চলি আছে। এই সময়ছোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে জনগণনাৰ বিষয়ে জানিবলৈ দিছে। মঙলবাৰে সংসদত আলোচনাৰ সময়ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যনিন্দ ৰায়ে এই বিষয়টো সদৰী কৰে।

নিত্যানন্দ ৰায়ে জনোৱা মতে জনগণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব।

Apply Now

প্ৰথম পৰ্যায় ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে। এই পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ’ব আৰু ঘৰসমূহ গণনা কৰা হ’ব।

দ্বিতীয় পৰ্যায় ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত। এই পৰ্যায়ত নাগৰিকসকলৰ সংখ্যা গণনা কৰা হ’ব।

সময়সূচী আৰু বিশেষ অঞ্চল

কেন্দ্ৰীয় চৰকাৰে জনাইছে যে প্ৰথম পৰ্যায়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিজৰ সুবিধা অনুযায়ী একেৰাহে ৩০ দিনৰ সময় বাছি ল’ব পাৰিব।

অৱশ্যে, লাডাখ আৰু জম্মু-কাশ্মীৰৰ বৰফেৰে আবৃত অসমান অঞ্চলসমূহৰ লগতে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ কিছু অংশত পৰিস্থিতিৰ বিবেচনা কৰি গণনাৰ কাম আগুৱাই অনা হ’ব। এই অঞ্চলসমূহত ২০২৬ চনৰ ছেপ্টেম্বৰ মাহতে গণনা সম্পূৰ্ণ কৰা হ’ব।

প্ৰশ্নকাকত আৰু জাতিভিত্তিক গণনা

গৃহ ৰাজ্যমন্ত্ৰীয়ে জনায় যে জনগণনাৰ প্ৰশ্নকাকত বিভিন্ন মন্ত্ৰালয়, বিভাগ, সংস্থাৰ পৰামৰ্শৰ ভিত্তিত চূড়ান্ত কৰা হব। কেবিনেটৰ পূৰ্বৰ সিদ্ধান্ত অনুসৰি এই জনসংখ্যা গণনাৰ সময়ত জাতিভিত্তিক গণনাও কৰা হ’ব।

সম্পূৰ্ণ ডিজিটেল পদ্ধতি

আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে যে ২০২৭ চনৰ জনগণনা সম্পূৰ্ণৰূপে ডিজিটেল পদ্ধতিৰে কৰা হ’ব।

তথ্য সংগ্ৰহ কৰা হ’ব ম’বাইল এপৰ জৰিয়তে। ইয়াৰ উপৰিও, স্বয়ংসম্পূৰ্ণ অনলাইন চেল্ফ-এনুমাৰেচন (Self-Enumeration) সুবিধাও থাকিব। ম’বাইল এপৰ মাধ্যমেৰে নাগৰিকসকলে নিজৰ নিজৰ পৰিসংখ্যা দাঙি ধৰিব পাৰিব।

কেতিয়া প্ৰকাশ হ’ব চূড়ান্ত তথ্য?

যদিও জনগণনাৰ কাম আৰম্ভ কৰাৰ কথা কোৱা হৈছে, কিন্তু ইয়াৰ চূড়ান্ত তথ্য কেতিয়া প্ৰকাশ কৰা হ’ব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিয়নো ২০২৯ চনত পুনৰ জনগণনা আছে। ইয়াৰ আগতে চূড়ান্ত তথ্য প্ৰকাশ কৰা হ’ব নে নহয়, সেই লৈ সন্দেহ আছে।

বৰ্তমান চলি থকা এছআইআৰৰ কাম ফেব্ৰুৱাৰী মাহত শেষ হ’ব। তাৰ পিছতেই পশ্চিমবংগ বিধানসভা নিৰ্বাচন আছে। এই ভোট শেষ হোৱাৰ পৰাই জনগণনাৰ কাম আৰম্ভ হ’বলৈ গৈ আছে। গতিকে, ২০২৬-২৭ চনটো যে এক বৃহৎ কৰ্মযজ্ঞৰ সাক্ষী হ’বলৈ গৈ আছে, সেয়া সহজেই অনুমান কৰিব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd