• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মনত আছে নে ২০২০ চনৰ ৫ জানুৱাৰীৰ নিশা দিল্লীত সংঘটিত সেই ভয়ংকৰ আক্ৰমণৰ ঘটনাটো?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2021 7:06 pm
JNU attack miscreants

ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনালোকৰ মনত আছে নে ২০২০ চনৰ ৫ জানুৱাৰীৰ ভয়ংকৰ নিশাটো? মনত আছে নে ভাৰতীয় গণতন্ত্ৰৰ সেই ক’লা দিনটো?

ৰাজধানী নতুন দিল্লীস্থিত দেশৰ শীৰ্ষস্থানীয় শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চৌহদত সংঘটিত ভয়ংকৰ আক্ৰমণ ঘটনাৰ কথাকে কোৱা হৈছে।

Apply Now

প্ৰায় ৫০ জনীয়া এটা দুৰ্বৃত্তৰ দলে হাতে হাতে হকীৰ ষ্টীক লৈ JNUৰ চৌহদত প্ৰৱেশ কৰি সংঘটিত কৰিছিল এক ভয়ংকৰ আক্ৰমণ।

পুৰুষ আৰু নাৰীৰ সন্মিলিত উক্ত দলটোৱে JNUৰ চৌহদত প্ৰৱেশ কৰিয়ে আৰম্ভ কৰিছিল ভয়ংকৰ হিংসাত্মক আক্ৰমণ।

মুখত মাস্ক পৰিহিত আক্ৰমণকাৰীয়ে হকী ষ্টীক লৈ JNU চৌহদৰ ভিতৰত থকা ছাত্ৰীৰ হোষ্টেলত প্ৰৱেশ কৰি শিক্ষাৰ্থীসকলৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছিল।

ভাঙি চূৰ্চূমৈ কৰিছিল হোষ্টেলৰ খিৰিকীৰ গ্লাছ আৰু দুৱাৰ। হোষ্টেলৰ কোঠাৰ ভিতৰৰ পৰা শিক্ষাৰ্থীক উলিয়াই আনি কৰা হৈছিল শাৰীৰিক আক্ৰমণ।

আক্ৰমণকাৰীসকলে কেবাঘণ্টাও ধৰি লাইব্ৰৰীতো সংঘটিত কৰিছিল আক্ৰমণ। লাইব্ৰেৰীত থকা শিক্ষাৰ্থীসকলৰ ওপৰত আক্ৰমণ কৰাৰ উপৰি ভাঙি পেলোৱা হৈছিল লাইব্ৰেৰীৰ আচবাব পত্ৰ।

চৌহদৰ ভিতৰত খেদি খেদি হকী ষ্টীকেৰে শিক্ষাৰ্থীসকলৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছিল আক্ৰমণকাৰীসকলে।

দেশ কঁপাই তোলা এই ভয়ংকৰ আক্ৰমণত আহত হৈছিল JNUৰ বহু শিক্ষাৰ্থী।

এই ভয়ংকৰ আক্ৰমণৰ বিৰুদ্ধে দেশজুৰি আৰম্ভ হৈছিল উত্তাল প্ৰতিবাদ, দেশজুৰি উত্থাপন হৈছিল আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবী।

কিন্তু ৰাজধানীত অৱস্থিত দেশৰ শীৰ্ষ শিক্ষানুষ্ঠানখনত সংঘটিত ভয়ংকৰ আক্ৰমণত জড়িত এজনো আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নহ’ল দিল্লী আৰক্ষী।

এই ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীয়ে।

মংগলবাৰে সংসদৰ মজিয়াত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰী কৰিছে।

সংসদৰ এক প্ৰশ্নোত্তৰত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰাইয়ে কয়, JNUৰ হিংসাত্মক কাণ্ডৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে তিনিটা গোটৰ ৰুজু কৰিছিল।

তিনিটাকৈ গোচৰ ৰুজু কৰা সত্ত্বেও JNU হিংসাত্মক কাণ্ডত জড়িত এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই দিল্লী আৰক্ষীয়ে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মতে দিল্লী আৰক্ষীয়ে তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলেও ডেৰবছৰৰ পিছতো কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই।

ইফালে দিল্লী আৰক্ষীৰ তদন্তকাৰীৰ দলৰ হাতত মজুত আছিল সমগ্ৰ আক্ৰমণৰ ভিডিঅ’ ফুটেজসহ বহু তথ্য প্ৰমাণ।

তাৰপিছতো দিল্লী আৰক্ষীয়ে এজনো আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল বুলি কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীয়ে কৰা ঘোষণাই দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দিশটোৰ প্ৰতি এক ডাঙৰ প্ৰশ্নৰ উদ্ৰেক কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd