• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যান বাহন আইনক লৈ কেন্দ্ৰৰ সকীয়নি; ৰাজ্যই জৰিমনা হ্ৰাস কৰিলে হ’ব পাৰে ৰাষ্ট্ৰপতি শাসন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 7, 2020 10:19 am

1 min read

PTI9_1_2019_000032B-770x433-1-770x433

প্ৰতিনিধিত্বমূলক ফটো

6.4k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে যান-বাহন (সংশোধন) আইন,২০১৯’ অমান্য কৰাৰাজ্যসমূহত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ ধমক দিছে।

কেন্দ্ৰৰ মতে পৰিবহনৰ সংশোধিত নিয়মৰ বিৰুদ্ধে গৈ জৰিমনা আদায় কৰাৰ ৰাজ্যসমূহৰ অধিকাৰ নাই।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, যদি কোনো ৰাজ্য চৰকাৰে এই নিয়মৰ বিপৰীতে গৈ জৰিমনা হ্ৰাস কৰে তেতিয়াহ’লে সাংবিধানিক ব্যৱস্থাক উলংঘা কৰাৰ বাবে কেন্দ্ৰই তাত ৰাষ্ট্ৰপতি শাসনো জাৰি কৰিব পাৰে।

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে সোমবাৰে স্পষ্ট কৰি দিয়ে যে যিকোনো ৰাজ্যই যান-বাহন (সংশোধন) আইন ২০১৯ৰ বিধিগত ব্যৱস্থা অনুসৰি নিৰ্দ্ধাৰণ কৰা জৰিমনা হ্ৰাস কৰিব নোৱাৰে।

মন্ত্ৰ্যালয়ে কয় যে যিকোনো আইন তেতিয়ালৈ ৰাজ্য চৰকাৰে প্ৱৰ্তন কৰিব নোৱাৰে যেতিয়ালৈকে সেইখন ৰাষ্ট্ৰপতিয়ে অনুমোদন নিদিয়ে।

ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা পৰামৰ্শত মন্ত্ৰ্যালয়ে কয় যে যান-বাহন (সংশোধন) আইন ২০১৯’ সংসদত গৃহীত আইন। ৰাজ্যসমূহে জৰিমনাৰ সীমা হ্ৰাস কৰাৰ কোনো আইন পাছ কৰিব নোৱাৰে নাইবা কাৰ্যকৰী নিৰ্দেশ দিব নোৱাৰে।

কেইখনমান ৰাজ্যই কিছুক্ষেত্ৰত জৰিমনাৰ পৰিমান হ্ৰাস কৰাৰ পাছত পৰিবহন মন্ত্ৰ্যালয়ে এই বিষয়ত আইন মন্ত্ৰ্যালয়ৰ পৰা পৰামৰ্শ বিচাৰে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd