• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়া মানুহক দমনৰ বাবে কঠোৰ অনা-অসমীয়া আৰক্ষী বিষয়াক নিয়োগ কেন্দ্ৰ-ৰাজ্যৰ

অসমৰ গুপ্তহত্যাৰ তেজেৰে হাত ৰাঙলী কৰি নিয়া আৰক্ষী বিষয়াক পুনৰ প্ৰেৰণ কেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2024 4:35 pm
680
VIEWS
Share on FacebookShare on Twitter

“কেব”ৰ বিৰুদ্ধে প্ৰতিবাদত অভূতপূৰ্ব ঐক্য আৰু দৃঢ়তা দেখুওৱা অসমীয়া মানুহক দমনৰ বাবে কঠোৰ আৰক্ষী বিষয়াক নিয়োগৰ সিদ্ধান্ত কৰিছে কেন্দ্ৰ-ৰাজ্য চৰকাৰে।

অসমৰ গুপ্তহত্যাৰ কেঁচা তেজ কঢ়িয়াই ফুৰা আৰক্ষী বিষয়া জি পি সিঙক ইতিমধ্যে অসমলৈ পুনৰ প্ৰেৰণ কৰিছে কেন্দ্ৰই। ৯১-৯২ চনত আলফা দমনৰ নামত ৰাজ্যখনত গুপ্তহত্যা চলাই অসমীয়া ডেকা ল’ৰাৰ তেজেৰে হাত ৰাঙলী কৰা এ ডি জি পি সিং আজি পুৱাই আহি গুৱাহাটীত উপস্থিত হয়।

গুপ্তহত্যাৰ সৈতে জড়িত কুখ্যাত বিষয়াজনক প্ৰেৰণৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ অভিপ্ৰায় স্পষ্ট হৈ পৰিছে যে এই আন্দোলনক দৰকাৰ হ’লে কঠোৰ নহয়, নিৰ্মমতাৰে মষিমূৰ কৰা হ’ব।

ইপিনে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰক বদলি কৰি তেওঁৰ ঠাইত জি পি গুপ্তাক নিযুক্তি দিছে।

গুপ্তা ১৯৯৫ বেচ্চৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া। তেওঁ এছ পি জিৰ মহাপৰিদৰ্শক হিচাপে সেৱা আগ বঢ়াই আছিল। গুপ্তাৰ ঘৰ অসমৰ গোলাঘাট জিলাত আৰু তেওঁ কটন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল।

দীপক কুমাৰৰ বদলিৰ উপৰি ৰাজ্য চৰকাৰৰ গৃহ বিভাগে গুৱাহাটীত নিযুক্ত চাৰিজন আৰক্ষী উপ-আয়ুক্তক বদলি কৰিছে। তেওঁলোকৰ মাজৰ তিনিজন হ’ল ৰঞ্জন ভূঞা (ডি চি পি, পূব গুৱাহাটী), ৰিপুল দাস (ডি চি পি, মধ্য গুৱাহাটী), আৰু খনীন কুমাৰ চৌধুৰী (ডি চি পি, পশ্চিম গুৱাহাটী)। আনজনৰ নাম জানিব পৰা হোৱা নাই।

Recent News

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd