• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ লভ্যাংশৰ আৰু ৩০ হাজাৰ কোটি টকা বিচাৰিব কেন্দ্ৰই!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2019 9:20 am
RBI Indian banks may seek details of clients’ religion: Report

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ফাইল ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ্থিক সাহায্যৰ পাছতো সমস্যা আঁতৰা নাই চৰকাৰৰ। এইবাৰ ৰিজাৰ্ভ বেংকৰ পৰা লভ্যাংশৰ ভাগ বিচাৰিব পাৰে কেন্দ্ৰই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘Times Now’ য়ে এই দাবী কৰিছে।

সংবাদ মাধ্যমটোৱে দাবী কৰিছে যে চলিত বিত্তীয় বৰ্ষৰ শেষৰ পিনে দেশৰ অৰ্থনীতিক উদ্ধাৰৰ বাবে কেন্দ্ৰ ৰিজাৰ্ভ বেংকৰ দ্বাৰস্থ হ’ব পাৰে।

Apply Now

শীৰ্ষ বেংক সংস্থাটোৰ লভ্যাংশৰ পৰা প্ৰায় ৩০ হাজাৰ কোটি টকা বিচাৰিব পাৰে কেন্দ্ৰই।

চৰকাৰৰ এগৰাকী শীৰ্ষ আমোলাই উক্ত সংবাদ সংস্থাটোক জানিবলৈ দিছে,’’প্ৰয়োজন হ’লে চৰকাৰে ৰিজাৰ্ভ বেংকক ইয়াৰ লভ্যাংশৰ পৰা ২৫ৰ পৰা ৩০ হাজাৰ কোটি টকা সাহায্য বিচাৰিব পাৰে। জানুৱাৰিৰ পাছতে এই বিষয়ে হিচাপ কৰা হ’ব।‘’

জানিব পৰা মতে, পূৰ্ব নিৰ্দ্ধাৰিত ৰাজহ ঘাটিৰ লক্ষ্য পূৰণৰ বাবেই পুনৰ আৰ বি আইৰ দ্বাৰস্থ হ’ব পাৰে কেন্দ্ৰ।

আনহাতে, আৰ্থিক মন্দাৱস্থাৰ মাজতে চলিত বছৰত লক্ষ্যৰ তুলনাত ডিএছটি বহু কম পৰিমানে আহৰণ হৈছে। তদুপৰি, অৰ্থনীতিৰ এই দুৰ্দশা চম্ভালিবলৈ বজাৰ নগদ ধনৰ যোগানৰ প্ৰয়োজন।

পৰিসংখ্যা মতে, আৰ্থিক বৃদ্ধিৰ হাৰ ৬ বছৰৰ ভিতৰত সৰ্বনিম্ন। এই হাৰ বৰ্তমান ৫ শতাংশ। ৰিজাৰ্ভ বেংকে জনাইছে যে জিডিপিৰ পূৰ্বাভাস নহালৈকে আৰ্থিক অৱস্থাক লৈ কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাযাব।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ জমা টকাৰ পৰা এক বৃহৎ অংশ কেন্দ্ৰক প্ৰদান কৰা হৈছিল। কেন্দ্ৰ আৰু আৰ বি আইৰ দীঘলীয়া আলোচনাৰ পাছত মুঠ ১ লাখ ৭৬ হাজাৰ কোটি টকা কেন্দ্ৰক সাহায্য হিচাপে দিয়াৰ সিদ্ধান্ত লৈছিল শীৰ্ষ বেংকটোৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd