• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লামডিঙত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2024 3:40 pm
NF Railway Mazdoor Union
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনবিৰোধী শ্ৰমিক বিৰোধী কেন্দ্ৰীয় চৰকাৰ হুছিয়াৰ, নতুন পেঞ্চন নীতি তৎকালে বাতিল কৰক, ভাৰতীয় ৰে’ল শিল্পক ব্যক্তিগত কৰণ নীতি শীঘ্ৰে প্ৰত্যাহাৰ কৰক আদি শ্লোগানেৰে উত্তাল কৰে ৰে’ল নগৰী লামডিঙৰ ৰাজ পথ।

ৰে’ল শ্ৰমিক সকলৰ মুখে মুখে কেৱল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ হঠকাৰী নীতি সমূহক লৈ সৰৱ চৰ্চাৰে কালিৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৰে’ল শ্ৰমিক সকলৰ একমাত্ৰ শক্তিশালী সংগঠন এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সূচনা কৰে পুৱা কেন্দ্ৰীয় সভাপতি দিলীপ চক্ৰৱৰ্তীয়ে পতাকা উত্তোলন কৰি।

Apply Now

ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে বিশিষ্ট ৰে’ল শ্ৰমিক নেতা সুভাষ সিঙে। কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাৰ পৰা এন এফ ৰে’লৱে কাটিহাৰ আলিপুৰ দুৱাৰ ৰঙিয়া তিনিচুকীয়া আৰু লামডিঙৰ ৫৩ টা শাখাৰ পৰা অহা প্ৰতিনিধি সকলে এক বিশাল শোভাযাত্ৰা উলিয়াই ৰে’ল নগৰী লামডিঙত।

কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহন কৰিবলৈ লামডিঙত উপস্থিত হয় কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পুলক গগৈ। লামডিং ৰে’লৱে কলনীস্থিত চিলড্ৰেন পাৰ্কত মুকলি সভা অনুষ্ঠিত হয়।

কেন্দ্ৰীয় সভাপতি দিলীপ চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰা সভাত অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ সহকাৰী সাধাৰণ সম্পাদক তথা ওৱেষ্ট চেন্ট্ৰেল ৰে’লৱে এমপ্লইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুকেশ গালাভ অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ ক্ষেত্ৰিয় সম্পাদক পীযূষ চক্ৰৱৰ্তী এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশীস বিশ্বাস আৰু আন আন কেন্দ্ৰীয় নেতা সকলৰ সমাবেশ ঘটে কাৰ্যনিৰ্বাহক সভাত।

মুখ্য অতিথি ৰূপে যোগদান কৰি অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ সহকাৰী সাধাৰণ সম্পাদক মুকেশ গালাভে কেন্দ্ৰীয় চৰকাৰে ইটোৰ পিচত সিটো জন বিৰোধী শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰি ভাৰতীয় সভ্যতা সংস্কৃতি আৰু অৰ্থনীতিৰ ৰূপৰেখা স্বৰূপ ৰে’ল শীল্পটো ৰক্ষা কৰিবলৈ ধাৰাবাহিক আন্দোলন কৰি যাবলৈ আহ্বান জনায়।

লগতে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আশীস বিশ্বাস ক্ষেত্ৰিয় সম্পাদক পীযূষ চক্ৰৱৰ্তী আদি নেতা সকলেও ভাষণ প্ৰদান কৰে। মুকলি সভাত এন এফ ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন শ্ৰীবাস্তৱ উপস্থিত থাকে বিশিষ্ট অতিথি ৰূপে।

লামডিং শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত সন্ধিয়ালৈ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি আজি পুৱা ১০ বজাৰ পৰা মূল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে বুলি ৰে’ল শ্ৰমিক নেতা পুলক গগৈয়ে সদৰি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd