• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ ই-২০ পেট্ৰ’লৰ প্ৰস্তাৱ ভূটানে নাকচ কৰা খবৰ সম্পূৰ্ণ মিছা, কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ  

ভাৰতে ভূটানলৈ ই-২০ পেট্ৰ'ল যোগান ধৰাৰ এক প্ৰস্তাৱ ভূটানে নাকচ কৰিছে বুলি শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰক কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে নস্যাৎ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2026 4:20 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে ভূটানলৈ ই–২০ পেট্ৰ‘ল যোগান ধৰাৰ এক প্ৰস্তাৱ ভূটানে নাকচ কৰিছে বুলি শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰক কেন্দ্ৰীয় পেট্ৰ‘লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে নস্যাৎ কৰিছে। মন্ত্ৰালয়ৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে ভাৰতৰ তেল বিপণন কোম্পানীসমূহে ভূটানলৈ তেনে কোনো প্ৰস্তাৱ আগবঢ়োৱা নাই। লগতে ভূটানলৈ ই–২০ পেট্ৰ‘ল ৰপ্তানি কৰাৰ কোনো আনুষ্ঠানিক সিদ্ধান্ত এতিয়ালৈকে লোৱা হোৱা নাই বুলিও চৰকাৰে জানিবলৈ দিছে। চৰকাৰে এক প্ৰেছ বিবৃতিযোগে জনসাধাৰণক কেৱল মন্ত্ৰালয় আৰু তেল কোম্পানীসমূহৰ চৰকাৰী তথ্যৰ ওপৰতহে বিশ্বাস কৰিবলৈ আহ্বান জনাইছে।

Apply Now

 ইয়াৰ কেইদিনমান পূৰ্বে দ্য ভূটানীজ নামৰ এখন সংবাদ পত্ৰত প্ৰকাশ পাইছিল যে ভূটান চৰকাৰে ভাৰতক পৰম্পৰাগত পেট্ৰ‘লৰ যোগান অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছিল। সংবাদ পত্ৰখনৰ মতে, ভূটানৰ পুৰণি আৰু অপৰ্যাপ্ত ইন্ধন মজুতকৰণ ব্যৱস্থা ইথানল মিহলোৱা পেট্ৰ‘ল ৰখাৰ বাবে উপযোগী নহয়। লগতে ভূটানৰ পাহাৰীয়া ৰাস্তাত বাহনবোৰক অধিক শক্তিৰ প্ৰয়োজন হয়, আৰু ই–২০ পেট্ৰ‘লে তেনে থিয় ৰাস্তাত সঠিকভাৱে কাম নকৰিব পাৰে বুলিও তাত উদ্বেগ প্ৰকাশ কৰা হৈছিল।

 ভূটান চৰকাৰৰ এগৰাকী বিষয়াই সংবাদ পত্ৰখনক জনোৱা মতে, তেওঁলোকৰ মাটিৰ তলত থকা ইন্ধনৰ টেংকীবোৰৰ অৱস্থা বৰ্তমান ভাল নহয়। সেয়েহে ইথানল মিহলোৱা ইন্ধন মজুত কৰিলে পানী সোমাই ইন্ধনৰ গুণাগুণ নষ্ট হোৱাৰ আশংকা বহুত বেছি থাকে। উল্লেখযোগ্য যে, ভূটানে ভাৰতৰ পৰা উচ্চ মানদণ্ডৰ পেট্ৰ‘ল আৰু ডিজেল আমদানি কৰে, যিটো ভাৰতৰ সাধাৰণ বজাৰত বিক্ৰী হোৱা ইন্ধনতকৈ বেছি দামৰ।

 ভূটানৰ এই খবৰ এনে এক সময়ত ওলাইছে যেতিয়া ভাৰতত ই–২০ পেট্ৰ‘লৰ ব্যৱহাৰক লৈ ব্যাপক চৰ্চা আৰু প্ৰতিবাদ চলি আছে। ভাৰতত ২০ শতাংশ ইথানল আৰু ৮০ শতাংশ পেট্ৰ‘ল মিহলাই প্ৰস্তুত কৰা এই ই–২০ পেট্ৰ‘লৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ পাছত বিশেষকৈ ২০২৩ চনৰ আগৰ পুৰণি বাহনৰ গৰাকীসকলে যথেষ্ট সমালোচনা কৰিছে। বহুলোকে অভিযোগ কৰিছে যে ইয়াৰ ফলত ইন্ধনৰ মাইলেজ বা সক্ষমতা হ্ৰাস পাইছে, মেৰামতিৰ খৰচ বাঢ়িছে আৰু ইঞ্জিনৰ ক্ষতি হৈছে। অৱশ্যে চৰকাৰে মানি লৈছে যে ই–২০ পেট্ৰ‘লৰ বাবে ইন্ধনৰ মাইলেজ সামান্য কমিব পাৰে, কিন্তু ই বাহনৰ গতি আৰু ইঞ্জিনৰ সামগ্ৰিক কাৰ্যক্ষমতা উন্নত কৰে বুলি চৰকাৰে দৃঢ়তাৰে প্ৰকাশ কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd