• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

BHIM এপ ব্যৱহাৰকাৰীলৈ চৰকাৰৰ দেৱালীৰ উপহাৰ; এতিয়াৰে পৰা সহজতে কৰিব পাৰিব এই ৫ টা কাম

মুকলি হল BHIM 2.0 App

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 22, 2019 6:04 pm

2 min read

BHIM App

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

29k
VIEWS
Share on FacebookShare on Twitter

যদিহে আপুনি BHIM (Bharat Interface for Money) App ব্যৱহাৰ কৰে তেনেহ’লে আপোনাৰ বাবে সুখবৰ কিয়নো কেন্দ্ৰ চৰকাৰে ভীম এপৰ নতুন সংস্কৰণ ভীম ২.০ আনুষ্ঠানিকভাৱে মুকলি কৰি দিছে।

তথ্য আৰু প্ৰায়োগিক মন্ত্ৰ্যালয়ে জাৰি কৰা বিবৃতিত ভীম ২.০ত অতিৰিক্ত ভাষাৰ লগতে লেন-দেন প্ৰক্ৰিয়াৰ সীমা বৃদ্ধিকে ধৰি ভালেমান সুবিধা প্ৰদান কৰা হৈছে।

ভীম এপ হ’ল নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অব ইণ্ডিয়া (NPCI)দ্বাৰা প্ৰস্তুত কৰা UPI আধাৰিত পেমেণ্ট এপ।

উল্লেখযোগ্য যে, ডিজেটেল ইণ্ডিয়া মিশ্যন অনুসৰি নগদ লেন-দেন হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৩০ ডিচেম্বৰত ভীম এপ মুকলি কৰিছিল।

ভীম এপ মুকলি অনুষ্ঠানত প্রধান মন্ত্ৰী মোদীয়ে এদিন দেশৰ সকলো ব্যৱসায়িক লেন-দেন ভীম এপৰ জৰিয়তেও হ’ব পাৰে বুলি মন্তব্য কৰিছিল।

ভীম এপক আৰু অধিক ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ বাবে ইয়াত ভালেমান নতুন সুবিধা সংযোগ কৰা হৈছে।

ভীমৰ নতুন এপটোৱে বৰ্তমান থকা ১৩ টা ভাষাৰ উপৰিও তিনিটা অতিৰিক্ত ভাষা ক্ৰমে কংকণী, ভোজপুৰী আৰু হাৰিয়ানী সমৰ্থন কৰিব।

বৰ্তমান উপলব্ধ হৈ থকা ১৩ টা ভাষাৰ ভিতৰত হিন্দী, ইংৰাজী, তামিল, তেলুগু, বেংগলী, উড়িয়া, কন্নড়, গুজৰাটী, মাৰাঠী, অসমীয়া ভাষা অন্যতম।

ভীম ২.০ত উপলব্ধ হোৱা নতুন সুবিধা সমূহ হ’ল-

১) নতুন সংস্কৰণটোত লেন-দেনৰ সীমা বঢ়োৱা হৈছে।

২) বিভিন্ন প্ৰকাৰৰ বেংকত থকা একাউণ্টক সংযোগ কৰিব পৰা যাব।

৩) ব্যৱসায়ীসকলে নিজৰ তৰফৰ পৰাও বিশেষ অফাৰ দিব পাৰিব।

৪) IPO ৰ বাবে আবেদনৰ সুবিধাও উপলব্ধ হ’ব।

৫) এতিয়াৰ পৰা উপভোক্তাই অতি সহজতে টকা-পইচা উপহাৰ হিচাপেও পথাব পাৰিব।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd