• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অষ্টম দৰমহা আয়োগঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দেশজোৰা ধৰ্মঘটৰ আহ্বান, কেতিয়া?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2026 9:27 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক সংঘই (কনফেডাৰেশ্যন অফ চেন্ট্ৰেল গৱৰ্ণমেন্ট এমপ্লয়িজ এণ্ড ওৱৰ্কাৰ্ছ) ১২ ফেব্ৰুৱাৰীত এদিনীয়া দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে।

কেবিনেট সচিবলৈ লিখা এখন পত্ৰত চিচিজিইডব্লিউৱে স্পষ্ট কৰি দিছে যে যদিহে ইয়াৰ মূল দাবী, যেনে অষ্টম দৰমহা আয়োগ গঠনৰ চৰ্তাৱলী উন্নত কৰা আৰু পুৰণি পেঞ্চন আঁচনি (অ’পিএছ) পুনৰ বাহাল কৰা আদি দাবীসমূহ পূৰণ নহয় তেন্তে সমগ্ৰ দেশতে কাম বন্ধ কৰা হ’ব। ২০ শতাংশ অন্তৱৰ্তীকালীন সকাহ আৰু ১৮ মাহৰ বাকী থকা মৰগীয়া বানচক লৈ জীৱনপণ সংগ্ৰামত নামিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল।

Apply Now

চিচিজিইডব্লিউৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দাবী অষ্টম দৰমহা আয়োগৰ কাৰ্য পৰিধিৰ (টাৰ্মছ অৱ ৰেফাৰেন্স) ওপৰত। স্বচ্ছ দৰমহা বৃদ্ধি নিশ্চিত কৰিবলৈ কৰ্মচাৰী পক্ষৰ (এন চি-জে চি এম) পৰামৰ্শসমূহ আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্সত স্পষ্টভাৱে অন্তৰ্ভুক্ত কৰিব লাগে বুলি জোৰ দিছে কৰ্মচাৰীসকলে।

দৰমহা আয়োগৰ পৰামৰ্শ সম্পূৰ্ণৰূপে কাৰ্যকৰী নোহোৱালৈকে চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰক ২০ শতাংশ অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰিবলৈ সংগঠনটোৱে তীব্ৰ দাবী জনাইছে।

ইয়াৰ উপৰিও আন এটা ডাঙৰ দাবী হ’ল ডিয়াৰনেছ এলাৱেন্সৰ ৫০ শতাংশ (ডি এ/ডি আৰ) মূল দৰমহা আৰু পেঞ্চনৰ সৈতে তাৎক্ষণিকভাৱে একত্ৰিত কৰা। মন কৰিবলগীয়া যে ২০২৫ চনৰ নৱেম্বৰ মাহত অষ্টম দৰমহা আয়োগ গঠন কৰা হৈছিল আৰু আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ ১৮ মাহৰ সময় দিয়া হৈছে যদিও কৰ্মচাৰীসকলে আৰু অপেক্ষা কৰিবলৈ ইচ্ছুক নহয়।

এই ধৰ্মঘটৰ আটাইতকৈ স্পৰ্শকাতৰ দিশটো হ’ল পেঞ্চনৰ বিষয়টো। কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা নতুন পেঞ্চন আঁচনি আৰু ইউনিফাইড পেঞ্চন আঁচনি সম্পূৰ্ণৰূপে নাকচ কৰিছে কৰ্মচাৰীসকলে। সংগঠনটোৰ স্পষ্ট দাবী যে সকলো কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে কোনো চৰ্ত নোহোৱাকৈ পুৰণি পেঞ্চন আঁচনি (OPS) পুনৰ কাৰ্যকৰী কৰা উচিত।

ইয়াৰ উপৰিও অৱসৰৰ তাৰিখৰ ভিত্তিত পেঞ্চনাৰসকলৰ মাজত হোৱা বৈষম্যৰ অন্ত পেলাবলৈও দাবী উত্থাপন কৰা হৈছে। লগতে কৰ্মচাৰীসকলে দাবী জনাইছে যে ১৫ বছৰৰ পৰিৱৰ্তে ১১ বছৰৰ পিছত কমিউটেড পেঞ্চন আদায় বন্ধ কৰক, যাতে বৃদ্ধ পেঞ্চনাৰসকলে তেওঁলোকৰ হাতত অধিক ধন পায়।

কোভিড মহামাৰীৰ সময়ত বন্ধ কৰি ৰখা ১৮ মাহৰ ডিয়াৰনেছ ভাট্টা/ডিয়ৰনেছ ৰিলিফ বকেয়াৰ বিষয়টোও বিশেষভাৱে ধৰ্মঘটৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। কৰ্মচাৰীসকলে বিচাৰে যে চৰকাৰে আৰু কোনো পলম নকৰাকৈ এই বকেয়াসমূহ পৰিশোধ কৰক।

সংগঠনটোৰ দাবীসমূহৰ ভিতৰত আছে নূন্যতম পেঞ্চন প্ৰতিমাহে ৯ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ লগতে চাৰিখন নতুন শ্ৰম আইন বাতিল কৰা। সংগঠনটোৱে কয় যে চৰকাৰে শ্ৰমিকৰ প্ৰতি বৈষম্যমূলক মনোভাৱ গ্ৰহণ কৰিছে, যিটো আৰু সহ্য কৰা নহ’ব। এই ক্ষোভৰে ফল ২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীৰ ধৰ্মঘট।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd