• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনেদৰে প্ৰায় ২৪ টকাত বজাৰত উপলব্ধ হ’ব প্ৰতি কিলোগ্ৰাম পিঁয়াজ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2019 9:39 pm
ram-vilas-paswan

ৰাম বিলাস পাছোৱান

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক প্ৰতি কিলোগ্ৰাম পিঁয়াজ ১৫.৬৯ টকাত যোগান ধৰিব বুলি বুধবাৰে কেন্দ্ৰীয় উপভোক্তা আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী ৰাম বিলাস পাছোৱানে ঘোষণা কৰে।

বিগত সময়ছোৱাত মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশত হোৱা প্ৰবল বানপানীৰ বাবে পিঁয়াজৰ উৎপাদনত প্ৰভাৱ পৰিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়।

Apply Now

আনহাতে, বানপানীৰ বাবে পিঁয়াজৰ যোগান ব্যাহত হ’লেও কেন্দ্ৰীয় চৰকাৰৰ ভড়াঁলত এতিয়াও যথেষ্ট পৰিমাণৰ পিঁয়াজ মজুত আছে বুলি পাছোৱানে কয়। প্ৰায় ৩৫,০০০ টন পিয়াজ এতিয়াও ৰাজহুৱা বিতৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ভড়াঁলত আছে বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, বৰ্তমান দিল্লীৰ খুচুৰা বজাৰত প্ৰতি কিলোগ্ৰাম পিঁয়াজ ৫০ৰ পৰা ৬০টকা দৰত বিক্ৰী হৈ আছে। চৰকাৰে পিঁয়াজৰ বৰ্ধিত মূল্য যিকোনো ধৰণে নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

তদুপৰি, কেন্দ্ৰীয় চৰকাৰে নেফেডৰ ষ্টকৰ পৰা খুচুৰা বজাৰত পিঁয়াজৰ বিক্ৰী বৃদ্ধি কৰিছে। মংগলবাৰে পাছোৱানে বিভিন্ন ঠাইত ২৪ টকাত পিঁয়াজ উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰিছে।

পাছোৱানে ৰাজ্য চৰকাৰ সমূহক কেন্দ্ৰ চৰকাৰৰ হাতত উপলব্ধ থকা ৩৫,০০০ টন পিঁয়াজ ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে যাতে পিঁয়াজৰ বৰ্দ্ধিত মূল্য নিয়ন্ত্ৰণ কৰিব পৰা যায়।

এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰ সমূহক নিজৰ নিজৰ ৰাজ্যত পিঁয়াজৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনোৱাৰ বাবে আহ্বান জনাইছে।

দিল্লী, অন্ধ্ৰপ্ৰদেশ, ত্ৰিপুৰা, ওড়িশা আৰু হাৰিয়ানাই বৰ্তমানলৈ কেন্দ্ৰ চৰকাৰক পিঁয়াজৰ যোগান ধৰাৰ বাবে আহ্বান জনাইছে বুলি পাছোৱানে জানিবলৈ দিয়ে।

কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উপলব্ধ থকা পিঁয়াজ ব্যৱহাৰ কৰি প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ মূল্য ২৪ টকালৈ হ্ৰাস কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণ কৰা হৈছে।

উল্লেখযোগ্য যে, কৰ্ণাটকৰ পৰা বজাৰত সময়তকৈ পূৰ্বে পিঁয়াজ আহিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ ওপৰত থকা চাপ হ্ৰাস পাব আৰু কিছু দিনৰ ভিতৰতে পিঁয়াজৰ মূল্য স্বাভাৱিকভাৱে নিয়ন্ত্ৰণলৈ আহিব বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm
“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

October 8, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd