DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চেণ্ট্ৰেল ভিস্তা প্ৰকল্প চলাই যাবলৈ ক’লে দিল্লী উচ্চ ন্যায়ালয়ে, অভিযোগকাৰীক জৰিমণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2021 4:51 pm
177
VIEWS
Share on FacebookShare on Twitter

কৰোণাৰ ভয়াৱহাৰ মাজতে নতুন সংসদ ভৱন নিৰ্মাণ অৰ্থাৎ চেণ্ট্ৰেল ভিস্তা প্ৰকল্পৰ কাম চলাই থকাক লৈ সমালোচনাৰ জোৱাৰ উঠিছে।

কিন্তু সেই প্ৰকল্প চলাই নিয়াৰ কথাই ক’লে দিল্লী উচ্চ ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ে জানিবলৈ দিছে যে চেণ্ট্ৰেল ভিস্তা অপৰিহাৰ্য প্ৰকল্প, সেয়া ৰখাব নোৱাৰি।

প্ৰকল্পটোৰ বিৰুদ্ধে ন্যায়ালয়ত অভিযোগ উত্থাপন হোৱাৰ পৰিপ্ৰেক্ষিততে এই ভাষ্য প্ৰদান কৰে বিচাৰপতিসকলে।

ইয়াৰ বাবে অভিযোগকাৰীক জৰিমণাও বিহা হয়।

অভিযোগকাৰীৰ আবেদন ‘উদ্দেশ্যপ্ৰণোদিত’ বুলি অভিহিত কৰি ১ লাখ টকাৰ জৰিমণা বিহা হয়।

সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি ডিএন পেটেল আৰু বিচাৰপতি জ্যোতি সিংহৰ ডিভিজন বেঞ্চত উত্থাপিত হৈছিল এই বিষয়টো।

আদালতে কয় যে অতিমাৰিৰ মাজত চেণ্ট্ৰেল ভিস্তা প্ৰকল্পৰ কাম বন্ধ কৰাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে।

উল্লেখযোগ্য যে চুক্তি অনুসৰি নৱেম্বৰৰ মাজতে এই প্ৰকল্পৰ কাম শেষ কৰাৰ কথা ঠিকাদাৰী সংস্থা চাপুৰজি-পালোনজিৰ।

Recent News

বিশ্বৰ সবাতোকৈ বয়সস্থ কুকুৰ : গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পালে ববিয়ে

বিশ্বৰ সবাতোকৈ বয়সস্থ কুকুৰ : গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পালে ববিয়ে

ডিজিটেল ষ্ট্ৰাইক! চীনৰ সৈতে সম্পৰ্কৰ অভিযোগত ২০০তকৈও অধিক এপ নিষিদ্ধ কৰিলে কেন্দ্ৰই

ডিজিটেল ষ্ট্ৰাইক! চীনৰ সৈতে সম্পৰ্কৰ অভিযোগত ২০০তকৈও অধিক এপ নিষিদ্ধ কৰিলে কেন্দ্ৰই

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ ৭৯ বছৰ বয়সত দেহাৱসান

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ ৭৯ বছৰ বয়সত দেহাৱসান

মাতাল অৱস্থাত পত্নী, পুত্ৰক মাৰপিট; গ্ৰেপ্তাৰ হোৱাৰ পথত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি!

মাতাল অৱস্থাত পত্নী, পুত্ৰক মাৰপিট; গ্ৰেপ্তাৰ হোৱাৰ পথত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd