DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ফেলুদা’ই পৰীক্ষা কৰি জনাব কাৰ কোভিড আছে; কাৰ নাই, চৰকাৰেও দিছে অনুমতি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2020 7:39 am
pp
402
VIEWS
Share on FacebookShare on Twitter

হয়, এতিয়াৰে পৰা ‘ফেলুদা’ই কোভিড পৰীক্ষা কৰিব।
ভাৰত চৰকাৰেও ‘ফেলুদা’ক কোভিড পৰীক্ষা কৰাৰ অনুমতি দিছে।

‘ফেলুদা’ই কৰা কোভিড পৰীক্ষা নিঁখুত হোৱাৰ লগতে খৰচো পৰিব কম।

ভাৰতৰ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেলে ‘ফেলুদা’ক কোভিড পৰীক্ষাৰ অনুমতি দিয়াৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত ‘ফেলুদা’ই শীঘ্ৰে কোভিডৰ পৰীক্ষা আৰম্ভ কৰিব।

লক্ষ্যণীয় কথাটো হ’ল ‘ফেলুদা’ই কৰা কোভিড পৰীক্ষাই হ’ব বিশ্বৰ এনে প্ৰথম পৰীক্ষা য’ত ক’ৰ’ণা ভাইৰাছৰ জেনেটিক গঠনৰ কথাও জানিব পৰা যাব।

দৰাচলতে ‘ফেলুদা’ হৈছে ভাৰতত দেশীয় ভাবে উদ্ভাৱন কৰা কোভিড পৰীক্ষাৰ পদ্ধতি।

Tata CRISPR-এ উদ্ভাৱন কৰা কোভিড পৰীক্ষাৰ এই পদ্ধতিৰ প্ৰতি ভাৰতৰ কাউন্সিল অৱ ইণ্ডাষ্ট্ৰীয়েল ৰিছাৰ্চে অনুমোদন জনাইছে।

‘ফেলুদা’ নাম দিয়া এই পদ্ধতিয়ে দেশত প্ৰচলিত RT-PCR পৰীক্ষাতকৈ সোনকালে পৰীক্ষাৰ ফলাফল দিব পাৰিব আৰু এই ফলাফল RT-PCR পৰীক্ষাতকৈও অধিক নিঁখুত হ’ব বুলি কোৱা হৈছে।

বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বহু বছৰ ধৰি Tata CRISPR-এ চেষ্টা অব্যাহত ৰাখিছে।

প্ৰতিষ্ঠানটোৱে উদ্ভাৱন কৰা কোভিড পৰীক্ষাৰ পদ্ধতিয়ে ক’ৰ’ণা ভাইৰাছৰ চৰিত্ৰ নিৰূপণতো সহায় কৰিব বুলি টাটাৰ বিষয়া গিৰীশ কৃষ্ণমূৰ্তিয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য ‘ফেলুদা’ হৈছে এক জনপ্ৰিয় কাৰ্টুন ছিৰিজৰো নাম।

Recent News

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd