• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফাৰ ওপৰত নিষিদ্ধতাৰ ম্যাদ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 28, 2019 8:49 pm
Ulfa_Flag Centre extends ban on ULFA

আলফা পতাকাৰ ফাইল ছবি।

1.7k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰই আলফাৰ ওপৰত থকা নিষিদ্ধতাৰ ম্যাদ বৃদ্ধি কৰিছে, বাতৰিত প্ৰকাশ।

গৃহ মন্ত্ৰ্যালয়ৰ জাননীৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰিত কোৱা হৈছে, আলফাৰ ওপৰত নিষিদ্ধতাৰ ম্যাদ পাঁচ বছৰলৈ বঢ়াই দিয়া হৈছে।

“হত্যা, অপহৰণ আৰু ধনদাবী”ৰ দৰে কাৰ্য্যকলাপ চলাই থকাৰ বাবে সংগঠনটোৰ ওপৰত কেন্দ্ৰই এই পদক্ষেপ লৈছে।

“এতিয়া সেয়ে, বেআইনী কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ (১৯৬৭ৰ ৩৭)ৰ দফা ৩ৰ উপ দফা (১)ৰ অধীনত ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ জৰিয়তে সংযুক্ত মুক্তি বাহিনী অসম (আলফা)ক ইয়াৰ সকলো গোট, শাখা আৰু ফ্ৰণ্ট সংগঠনকো ধৰি এক বেআইনী সংগঠনৰূপে ঘোষণা কৰিছে,” মন্ত্ৰ্যালয়ৰ জাননীৰ উদ্ধৃতি।

মন্ত্ৰ্যালয়ে কৈছে, আলফাই ইয়াৰ অসম স্বাধীন কৰাৰ লক্ষ্য আগবঢ়োৱাৰ বাবে ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক ঐক্য বিনষ্ট কৰাৰ উদ্দেশ্যেৰে বিভিন্ন অবৈধ আৰু হিংসাত্মক কাৰ্য্যকলাপত জৰিত হৈ আহিছে।

ভাৰত চৰকাৰে ১৯৯০ চনত প্ৰথমবাৰৰ বাবে আলফাক নিষিদ্ধ ঘোষণা কৰিছিল।

আলফাৰ সেনাপ্ৰধান পৰেশ বৰুৱাই দলটোত আনুষ্ঠানিক বিভাজনেৰে ২০১১ চনত আলফা (স্বাধীন) গঠন কৰিছিল।

২০১১ চনত আলফাৰ সভাপতি অৰৱিন্দ ৰাজখোৱাকে অধিকাংশ নেতাৰ গ্ৰেপ্তাৰৰ পিছত কেন্দ্ৰৰ সৈতে তেওঁলোকে আলোচনা আৰম্ভ কৰিছিল।

তাৰ পূৰ্বে আলফাৰ কাকপথাৰ কেম্পে ২০০৮ চনত নিজাববীয়া অস্ত্ৰবিৰতি ঘোষণাৰে আলোচনাৰ মেজলৈ ঘূৰি আহিছিল।

Recent News

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd