• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টে’ট উত্তীৰ্ণলৈ সুখবৰ:৭ বছৰ নহয় আজীৱন বাহাল থাকিব টে’টৰ ম্যাদ

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2021 4:19 pm
TET-715x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টে’ট উত্তীৰ্ণ হৈ চাকৰিৰ অপেক্ষাত থকাসকলৰ বাবে আহিছে এক সুখবৰ।

এতিয়াৰে পৰা ৭ বছৰৰ পিছত উকলি নাযায় টে’টৰ বৈধতা। অৰ্থাৎ ৭ বছৰ উকলি যোৱাৰ পিছতো কোনো টে’ট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি নাপালে তেওঁ পুনৰ টে’ট দিবলগীয়া নহ’ব।

Apply Now

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ টে’টৰ ম্যাদ ৭ বছৰৰ সলনি আজীৱন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।সেইমৰ্মে যাৱতীয় নিৰ্দেশনা ইতিমধ্যে ৰাজ্য চৰকাৰ সমূহলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ প্খ্ৰিয়াল নিশাংকে প্ৰকাশ কৰা মতে ২০১১ চনৰ পৰাই এই ব্যৱ্থা কাৰ্যকৰী কৰাৰ ব্যৱস্থা হাতত লোৱা হ’ব।

অৰ্থাৎ ২০১১ চনত যিসকলে টে’ট উত্তীৰ্ণ হৈ চাকৰিৰ অপেক্ষাত আছে তেওঁলোকৰ টে’টৰ ম্যাদ আৰু ৭ বছৰৰ পিছত উকলি নাযাব।কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তই নিঃসন্দেহে টে’ট উত্তীৰ্ণ হৈ চাকৰি নোপোৱাকৈ থকা সকলক সকাহ দিবলৈ সক্ষম হ’ব।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ এনে পদক্ষেপে শিক্ষা খণ্ডত সংস্থাপিত হ’ব বিচৰাসকলৰ মনৰ আশা পূৰম কৰাত সহায় কৰিব।

উল্লেখ্য ইয়াৰ পূৰ্বে ২০১১ চনৰ ১১ ফেব্ৰুৱাৰীত নেচনেল কাউন্সিল ফৰ টিছাৰ্ছ এডুকেছনে প্ৰকাশ কৰা জাননীত কোৱা হৈছিল যে টে’ট ৰাজ্য চৰকাৰসমূহে অনুষ্ঠিত কৰিব আৰু টে’টৰ ম্যাদ ৭ বছৰীয়া হ’ব।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

October 4, 2026 8:27 am
“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

October 4, 2026 8:07 am
মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

October 4, 2026 7:59 am
চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

October 4, 2026 7:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

October 4, 2026 8:27 am
“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

October 4, 2026 8:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd