DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

বিশেষ অধিৱেশনতে আইনত পৰিণত হ’ব নেকি ‘এক দেশ, এক নিৰ্বাচন’ প্ৰস্তাৱ!

প্ৰাক্তন ৰাষ্ট্ৰপতি কোবিন্দৰ নেতৃত্বত কেন্দ্ৰই গঠন কৰিলে কমিটি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2023 11:54 am
One Nation One Election special Parliament session
839
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ এক দেশ, এক নীতিয়ে এইবাৰ সাঙুৰিবলৈ আগবাঢ়িছে নিৰ্বাচনী ৰাজনীতিকো। পূৰ্বৰে পৰা এই ‘এক দেশ, এক নিৰ্বাচন’ৰ সমৰ্থনত প্ৰচাৰ চলাই অহা বিজেপিয়ে এই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰাথমিক খোজ আগবঢ়াইছে।

এই বিষয়টো সন্দৰ্ভত অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ এখন কমিটী গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই পেনেলৰ নেতৃত্বত থাকিব প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

লক্ষনীয়ভাৱে অহা ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ কেন্দ্ৰই সংসদৰ বিশেষ অধিৱেশনৰ আহ্বান জনাইছে। এই ঘোষণাৰ এদিন পিছতে এতিয়া এক দেশ, এক নিৰ্বাচনৰ ক্ষেত্ৰত কেন্দ্ৰৰ এই পদক্ষেপ নিশ্চিতভাৱে চৰ্চিত হৈ পৰিছে।

অৰ্থাৎ আগন্তুক বিশেষ অধিৱেশনতে এক দেশ, এক নিৰ্বাচনৰ বিধেয়ক উত্থাপন কৰি কেন্দ্ৰই আইনত পৰিণত কৰিব নেকি, সেই লৈ এতিয়া জল্পনা-কল্পনা চলিছে। অৱশ্যে এই সন্দৰ্ভত চৰকাৰী পক্ষই এইপৰ্যন্ত নিশ্চিত কৰা নাই।

‘এটা দেশ, এটা নিৰ্বাচন’ৰ জৰিয়তে বিজেপিয়ে সমগ্ৰ দেশতে একেসময়তে লোকসভা আৰু ৰাজ্য বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তো বিজেপিয়ে দলৰ নিৰ্বাচনী ইস্তাহাৰত এই প্ৰস্তাৱ সন্নিৱিষ্ট কৰিছিল।

উল্লেখ্য যে, ১৯৬৭ চনলৈকে ভাৰতত একেলগে লোকসভা আৰু ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। এইদৰে চাৰিটা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত ১৯৬৮-৬৯ চনত কিছু ৰাজ্যিক বিধানসভাৰ আকস্মিক ভংগৰ পাছৰে পৰা এই প্ৰথা বন্ধ হৈ পৰে।

২০১৯ চনত লোকসভা নিৰ্বাচনৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ত আলোচনাৰ বাবে এক সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল। অৱশ্যে এই বৈঠক বৰ্জন কৰিছিল কেইবাটাও বিৰোধী দলে।

Recent News

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নীতি বহিৰ্ভূত কাম কাজ কৰি দুৰ্নীতি কৰি আহিছে‌- হেমেন দাস

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নীতি বহিৰ্ভূত কাম কাজ কৰি দুৰ্নীতি কৰি আহিছে‌- হেমেন দাস

অসমৰ বিশিষ্ট উদ্যোগপতি, নৌ অভিযন্তা ৰাজ বৰুৱাৰ দেহাৱসান

অসমৰ বিশিষ্ট উদ্যোগপতি, নৌ অভিযন্তা ৰাজ বৰুৱাৰ দেহাৱসান

দৈনিক ১হাজাৰ টকা বিনিয়োগত ৫ হাজাৰ টকা ৰিটাৰ্ণ! ৮৫৪ কোটিৰ জালিয়াতি চক্ৰৰ ৬জনক গ্ৰেপ্তাৰ

দৈনিক ১হাজাৰ টকা বিনিয়োগত ৫ হাজাৰ টকা ৰিটাৰ্ণ! ৮৫৪ কোটিৰ জালিয়াতি চক্ৰৰ ৬জনক গ্ৰেপ্তাৰ

১ অক্টোবৰৰ পৰাই কাৰ্যকৰী; অধিক বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব অসমৰ গ্ৰাহকে

১ অক্টোবৰৰ পৰাই কাৰ্যকৰী; অধিক বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব অসমৰ গ্ৰাহকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd