• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সলনি হৈছে ICUত ভৰ্তিৰ নিয়ম; জানি লওক নতুন গাইডলাইন… শেষ হ’বনে বেডৰ নাটনি?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 31, 2023 1:46 pm
প্ৰতিনিধিত্বমূলক ফটোঃ  সংগ্ৰহীত ।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত ।

15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিট (ICU) সন্দৰ্ভত গাইডলাইন জাৰি কৰিছে। এই গাইডলাইন প্ৰস্তুত কৰিছে ২৪ গৰাকী শীৰ্ষ চিকিৎসকৰ পেনেলে। ইয়াত ৰোগীক আই চি ইউত ভৰ্তি কৰিবলগীয়া কেইবাটাও চিকিৎসাজনিত অৱস্থাৰ তালিকা দিয়া হৈছে, যেনে মৃদু অচেতনতা যাৰ বাবে শ্বাস-প্ৰশ্বাসৰ ছাপোৰ্টৰ প্ৰয়োজন হয়, গুৰুতৰ অসুস্থতা যাৰ বাবে তীব্ৰ নিৰীক্ষণৰ প্ৰয়োজন হয়, অস্ত্ৰোপচাৰৰ পিছত যেতিয়া স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকা থাকে, আৰু সেই ৰোগীসকল যিসকলে অস্ত্ৰোপচাৰৰ পিছত ডাঙৰ জটিলতাত ভুগি থাকে।

নতুন নিয়ম কিয় প্ৰয়োজনীয়?

এই গাইডলাইন প্ৰস্তুত কৰা বিশেষজ্ঞৰ তালিকাত ড° আৰ কে মণিৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ টাইমছ অৱ ইণ্ডিয়াক কয়, ‘আই চি ইউ এটা সীমিত সম্পদ, আমাৰ প্ৰচেষ্টা হৈছে ইয়াক বিবেচনাপূৰ্ণভাৱে ব্যৱহাৰ কৰা যাতে যিসকলক ইয়াৰ আটাইতকৈ প্ৰয়োজন তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হয়।’

ইণ্ডিয়ান কলেজ অৱ ক্ৰিটিকেল কেয়াৰ মেডিচিনৰ সচিব ডাঃ সুমিত ৰয়ে কয় যে এয়া কেৱল এটা পৰামৰ্শ, বাধ্যতামূলক নহয়। ‘আই চি ইউত ভৰ্তি আৰু ডিচচাৰ্জৰ মাপকাঠী বহল প্ৰকৃতিৰ আৰু বহু কথা চিকিৎসা কৰা চিকিৎসকৰ বিবেচনাৰ ওপৰত এৰি দিয়া হৈছে।’

Apply Now

ভাৰতত আই চি ইউ বেডৰ অভাৱ

ভাৰতত প্ৰায় এক লাখ আই চি ইউ বেড আছে, বেছিভাগেই বৃহৎ চহৰৰ ব্যক্তিগত চিকিৎসালয়ত। সুপৰিচিত অধিবক্তা তথা জনস্বাস্থ্য কৰ্মী অশোক আগৰৱালাই টাইমছ অৱ ইণ্ডিয়াক কয়, ‘ব্যক্তিগত চিকিৎসালয়ৰ খৰচ বহন কৰিব নোৱাৰা দুখীয়াই বহুত সংগ্ৰাম কৰিবলগীয়া হয়। হয়, বহু সময়ত আই চি ইউৰ বেড ল’ব নোৱাৰে। আই চি ইউত থকা ৰোগীক অগ্ৰাধিকাৰ দিয়াৰ ধাৰণাটো তেওঁলোকৰ চিকিৎসাজনিত অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। চৰকাৰে এই দিশত কাম কৰিব লাগে যাতে সা-সুবিধা ইমানেই বৃদ্ধি হয় যাতে সকলোৱে ক্ৰিটিকেল কেয়াৰৰ সুবিধা ল’ব পাৰে।

আই চি ইউৰ খৰচ অত্যধিক

সাধাৰণতে ব্যক্তিগত চিকিৎসালয়ত আই চি ইউ বিচনাৰ খৰচ সাধাৰণ বিচনাৰ তুলনাত ৫ৰ পৰা ১০ গুণ বেছি। বহু সময়ত ৰোগীৰ আত্মীয়ই অভিযোগ কৰে যে ৰোগীক অপ্ৰয়োজনীয়ভাৱে আই চি ইউত ৰখা হয় যাতে চিকিৎসাৰ বিল বৃদ্ধি কৰিব পৰা যায়। বহু বিশেষজ্ঞই কয় যে এই নতুন গাইডলাইনৰ জৰিয়তে ৰোগীৰ সঠিক চিকিৎসা কৰিব পৰা যাব। নতুন গাইডলাইন অনুসৰি ৰোগীৰ অৱস্থা স্বাভাৱিকৰ ওচৰ চাপিলে বা জটিলতা হ্ৰাস পোৱা অৱস্থা লাভ কৰিলে আই চি ইউৰ পৰা ৰিলিজ দিব লাগিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd