• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আধুনিক চিকিৎসা বিজ্ঞানক প্ৰত্যাহ্বান জনোৱা বাবা ৰামদেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনালে কোনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2021 7:26 pm
ramdev.1.1092219
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাৰ দৰৱ আৱিষ্কাৰ কৰা বুলি তাল আফাল লগোৱা যোগগুৰু বাবা ৰামদেৱে এইবাৰ এল’পেথি দৰৱৰ বিৰুদ্ধে সৰৱ হৈ পৰিল। এই কথাতে ক্ষুদ্ধ হৈ পৰিছে ইণ্ডিয়ান মেডিকেল এছোচিয়েচন।

আধুনিক চিকিৎসা বিজ্ঞানৰ বিৰুদ্ধে কেতবোৰ ভুল তথ্য দি মানুহক বিভ্ৰান্ত কৰাৰ অপৰাধতে সেয়ে ৰামদেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনালে ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে।

Apply Now

আজি কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰক এই দাবী জনাই সংস্থাটোৱে কয় যে বাবা ৰামদেৱে আধুনিক চিকিৎসা বিজ্ঞানৰ বিৰুদ্ধে কৰা মন্তব্যৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।ভিডিঅ’টোত ৰামদেৱে কৈছে যে এল’পেথি দৰৱৰ কোনো কাম নাই।

এই দৰৱ খাই লাখ লাখ লোকৰ মৃত্যুহে হৈছে।ফেভিফ্লু, ৰেমডিচিভিৰ আদিৰ দৰে দৰৱে কোভিড ভাল কৰিব নোৱাৰে। ৰামদেৱে কৰা এনেবোৰ মন্তব্যৰ বাবেই তেওঁৰ বিৰুদ্ধে মহামাৰী প্ৰতিৰোধ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী জনালে সংস্থাটোৱো।

উল্লেখ্য ৰামদেৱে ক’ৰ’নাৰ দৰৱ আৱিষ্কাৰ কৰা বুলিও দাবী কৰিছিল। উল্লেখ্য কিছুদিন পূৰ্বে যোগগুৰু ৰামদেৱ নেতৃত্বাধীন পতঞ্জলিয়ে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা মহৌষধ কৰনিল আৱিষ্কাৰ কৰা বুলি ঢাক-ঢোল বজাই প্ৰচাৰ কৰিছিল।

পতঞ্জলিয়ে আনকি ক’ৰনিল দৰৱ বিধৰ বিপণনৰ বাবেও প্ৰস্তুত হৈছিল।

কিন্তু আয়ুষ বিভাগৰ হস্তক্ষেপত প্ৰথম পদক্ষেপতে থমকি ৰ’ৱলগীয়া হৈছিল পতঞ্জলি।

দৰৱ বিহীন ৰোগ কোভিডৰ দৰৱ আবিষ্কাৰ কৰা বুলি প্ৰচাৰ চলাই সৌসিদিনা দেশৰ আয়ুষ দপ্তৰৰ লগতে ৰাজস্থান চৰকাৰৰো ৰোষত পৰিবলগীয়া হৈছিল বাবা ৰামদেৱ।

ৰামদেৱৰ পতঞ্জলিয়ে আৱিষ্কাৰ কৰা বুলি দাবী কৰা ক’ৰনিল দৰৱে সাত দিনৰ ভিতৰতে ক’ৰ’ণা ৰোগীক ৰোগ মুক্ত কৰিব পাৰে বুলি ৰামদেৱে দাবী কৰিছিল।

কিন্তু সেই সময়ত আয়ুষ দপ্তৰে ক’ৰনিলক কোভিডৰ দৰৱ হিচাবে প্ৰচাৰ নচলাবলৈ ৰামদেৱক সকিয়াই দিছিল।
লক্ষ্যণীয় ভাবে এই নতুন দৰৱ বিধৰ নামো ৰখা হৈছে ক’ৰনিল।ৰামদেৱে কৈ আহিছে যে বিদেশত গৱেষণা ন’হল বুলিয়েই ভাৰতীয় আয়ুৰ্বেদিকক অস্বীকাৰ কৰাটো উচিৎ নহয়।

আয়ুৰ্বেদ আৰু ৰামদেৱৰ ওপৰত আস্থা ৰাখিবলৈ ৰামদেৱে দেশবাসীক আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd