• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৰুষতান্ত্ৰিকতা! ন্যায়ালয়ত সমকামী বিবাহৰ ক্ষেত্ৰত আপত্তি কেন্দ্ৰ চৰকাৰৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 12, 2023 7:34 pm
67
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে সমকামী বিবাহত আইনী বৈধতা প্ৰদান কৰাৰ বিৰোধিতা কৰিছে উচ্চতম ন্যায়ালয়ত। সমকামী বিবাহক বৈধ্যতা প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ত চলি থকা কেইবাটাও আবেদনমূলক গোচৰৰ বাবে শপতনামা দাখিল কৰিছে কেন্দ্ৰীয় চৰকাৰে।

ইয়াৰ পূৰ্বে সমকামী বিবাহৰ বৈধতাৰ ওপৰত কেন্দ্ৰৰ পৰা শপতনামা বিচাৰিছিল ন্যায়ালয়ে। ১২ মাৰ্চ তাৰিখে এই আবেদনৰ বাবে কেন্দ্ৰই উত্তৰ দিয়াৰ লগতে কেন্দ্ৰই ১৫ খন আবেদনৰ বিৰোধিতা কৰিছে।

কেন্দ্ৰই কয় যে, সমকামী বিবাহক স্বীকৃতি দিব নোৱাৰি। এয়া ভাৰতীয় পৰিয়ালৰ ধাৰণাৰ বিৰোধী। এটা পৰিয়াল পতি, পত্নী আৰু তেওঁলোকৰ সন্তানৰ দ্বাৰা হয়। সমকামী যৌন সম্ভোগ কৰাটো স্বামী, পত্নী আৰু সন্তানৰ ভাৰতীয় পাৰিবাৰিক ধাৰণাৰ লগত নিমিলে।

৫৬ পৃষ্ঠাৰ শপতনামাত কেন্দ্ৰই কয় যে, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে বহুকেইটা ৰায়দানত ব্যক্তিগত স্বাধীনতাৰ কথা উল্লেখ কৰিছে। কিন্তু ন্যায়ালয়ে সমকামী বিবাহক বৈধ্যতা প্ৰদানৰ বাবে দাখিল কৰা এই আবেদনবোৰ খাৰিজ কৰিব লাগে।

শপতনামাত কেন্দ্ৰই কয় যে আইন অনুসৰি সমকামী বিবাহক বৈধ বুলি কব নোৱাৰি। কাৰণ আইনত পতি,পত্নীৰ সংজ্ঞা জৈৱিক ভিত্তিত দিয়া হৈছে। সেই হিচাপে তেওঁলোকৰ অধিকাৰ আছে। যদি সমকামী বিবাহ এখনত বিচ্ছেদ হয় তেন্তে তেওঁলোকক পতি–পত্নী হিচাপে কিদৰে বিবেচনা কৰিব!

উল্লেখ্য যে, এই সন্দৰ্ভত সোমবাৰে(১৩ মাৰ্চ)ত উচ্চতম ন্যায়ালয়ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হব।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd