• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

বৌৰ্ণভিটা ‘স্বাস্থ্যকৰ পানীয়’ নহয়! তালিকাৰ পৰা নাম আঁতৰাবলৈ কেন্দ্ৰৰ নিৰ্দেশ

by
April 14, 2024 10:02 am
67
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৌৰ্ণভিটাক ‘স্বাস্থ্যকৰ পানীয়’ৰ তালিকাৰ পৰা আঁতৰাইছে কেন্দ্ৰই। সকলো ই-কমাৰ্চ কোম্পানীকে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এই নিৰ্দেশ প্ৰদান কৰিছে। অনলাইন মাৰ্কেটিং কোম্পানীসমূহে আৰু নিজৰ চাইট বা প্লেটফৰ্মত বৌৰ্ণভিটা বা অনুৰূপ পানীয়ক ‘স্বাস্থ্যকৰ পানীয়’ শিতানত তালিকাভুক্ত কৰিব নোৱাৰিব বুলি কেন্দ্ৰই নিৰ্দেশ দিয়ে। ইয়াৰ কাৰণ হ’ল চেনিৰ অধিক মাত্ৰা।

কেন্দ্ৰীয় মন্ত্ৰালয়ে এক বিবৃতিত কয় যে শিশু অধিকাৰ সুৰক্ষা আয়োগ (চিপিচিআৰ) আইন, ২০০৫ৰ ৩ নং ধাৰাৰ অধীনত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ গঠন কৰা হৈছে। চিপিচিআৰ আইনৰ ১৪ নং ধাৰাত তদন্ত চলাইছিল। ইয়াৰ পাছত খাদ্য সুৰক্ষা আৰু নিয়ন্ত্ৰণ (FSS) আইন (২০০৬) অনুসৰি স্বাস্থ্যসন্মত পানীয়ৰ কোনো সংজ্ঞা নাই। এনচিপিচিআৰৰ তদন্তত এইটোও দেখা গৈছে যে বৌৰ্ণভিটাত নিৰ্ধাৰিত মাত্ৰাতকৈ অতিৰিক্ত চেনি থাকে।

ইয়াৰ পূৰ্বে এনচিপিচিআৰে এফএছএছআইক নিৰ্দেশ দিছিল যে- শক্তি পৰিপূৰকক ‘স্বাস্থ্যসন্মত পানীয়’ বুলি অভিহিত কৰা আৰু নিৰ্মাণৰ সময়ত নিৰ্দেশনা, সুৰক্ষাৰ নিয়ম পালন নকৰা কোম্পানীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কিন্তু এই কথা উল্লেখ্য যে, খাদ্য আইনত ‘স্বাস্থ্যকৰ পানীয়’ৰ কোনো সংজ্ঞা নাই। চলিত মাহৰ আৰম্ভণিতে এফএছএছআইয়ে সকলো অনলাইন মাৰ্কেটিং কোম্পানীক বিক্ৰী কৰা সকলো সামগ্ৰীৰ সঠিক শ্ৰেণীবিভাজন কৰিবলৈ নিৰ্দেশ দিছিল। নিৰ্দেশনাত উল্লেখ আছিল যে,দুগ্ধ বা শস্য ভিত্তিক পানীয়ক ‘স্বাস্থ্য পানীয়’ হিচাপে বজাৰত বিক্ৰী কৰিব নোৱাৰি।

Apply Now

শেহতীয়াকৈ ইউটিউবত এজন ভ্লগাৰে বৌৰ্ণভিটালৈ আঙুলিয়াই দিয়ে। ইউটিউবাৰজনে কয় যে ইয়াৰ উপাদানসমূহ স্বাস্থ্যকৰ নহয়। ইয়াত অতিৰিক্ত চেনি, ক’ক’ আৰু ক্ষতিকাৰক ৰং থাকে। ইয়াৰ পাছতহে বিষয়টো কেন্দ্ৰৰ দৃষ্টিগোচৰ হোৱা বুলি অনুমান কৰা হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd