• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

উত্তৰ-পূব ঔদ্যোগিক কৰিড’ৰ সন্দৰ্ভত কেন্দ্ৰই পৰিকল্পনা গ্ৰহণ কৰিছে : প্ৰতিৰক্ষা মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2019 8:21 pm
Rajnath Sing

ৰাজনাথ সিং

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবত ঔদ্যোগিক কৰিড’ৰ স্থাপন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে যিয়ে অঞ্চলটোত নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰিব।’’

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ টাৱাঙত ১১ সংখ্যক মৈত্ৰী দিৱসত এই মন্তব্য কৰে।

Apply Now

‘‘পৰিকল্পিত ঔদ্যোগিক কৰিদৰে ভাৰত আৰু দক্ষিণ পূব এছিয়াৰ মাজত মাটিৰ দলঙৰ দৰে কাম কৰিব যি নিয়োগ সম্ভাৱনীয়তাৰ লগতে ব্যৱসায় আৰু পৰ্যটনৰ সম্ভাৱনাও বৃদ্ধি কৰিব,’’ ৰাজনাথ সিঙে কয়।

চৰকাৰে পূবলৈ চোৱা নীতিৰ আধাৰত উত্তৰ-পূবৰ বিকাশৰ প্ৰতি বিশেষ গুৰুত্ব দিছে বুলি উল্লেখ কৰি ভাৰতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিকাশৰ পথত আগবাঢ়িছে বুলিও সিঙে কয়।

নতুন ভাৰতৰ পথ উত্তৰ-পূবৰ পৰা আৰম্ভ হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

ৰাজনাথ সিঙে সীমান্ত অঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ বুলি মন্তব্য কৰাৰ লগতে টাৱাঙৰ চেলা পাছ, পাচিঘাট বিমানবন্দৰ, ইটানগৰৰ হোলোংগি বিমানবন্দৰ আৰু ৰেইলৱে সংযোগৰ বিষয়েও উল্লেখ কৰে।

অৰুণাচলৰ নতুন যোগাযোগ ব্যৱস্থাই স্থানীয় নাগৰিক, সেনাৰ চলাচলৰ লগতে পৰ্যটন ক্ষেত্ৰক উপকৃত কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে কয়।

ভাষণত ৰাজনাথ সিঙে অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ আন্তঃৰাজ্যিক আৰু আন্তঃজিলাৰ পথ সমূহক লৈ পঞ্চম বাৰ্ষিক পথ পৰিকল্পনাৰ বিষয়েও উল্লেখ কৰে।

স্থানীয় সংস্কৃতিৰ লগতে সৈন্য বাহিনীৰ বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ প্ৰদৰ্শনীৰে আয়োজন কৰা মৈত্ৰী উৎসৱ অঞ্চলটোৰ ৰাইজৰ দেশপ্ৰেম আৰু সেনা বাহিনীৰ সৈতে থকা একাত্ম সম্পৰ্কক প্ৰতিফলিত কৰে বুলি ৰাজনাথ সিঙে কয়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে সীমান্ত অঞ্চলত অৱস্থিত ৰাজ্য সমূহৰ যুৱ সকলক সৈন্য বাহিনীত যোগদানৰ বাবে আহ্বান জনায়।

‘‘অৰুণাচলৰ লোকসকলক দেশভক্তিৰ বাবে জনা যায়। মোৰ মন্ত্ৰ্যালয়ে অৰুণাচলৰ টাৱাঙকে ধৰি বিভিন্ন স্থানত সেনা বাহিনী নিয়োগ কেন্দ্ৰ স্থাপনৰ প্ৰতি লক্ষ্য ৰাখিছো,’’ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়।

অনুষ্ঠানৰ শেষত সিঙে টাৱাঙত স্থাপিত যুদ্ধ সংগ্ৰহালয় পৰিদৰ্শন কৰি ১৯৬২ যুদ্ধত প্ৰাণ আহুতি দিয়া সেনা সকলক স্মৰণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am
৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am
৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd