• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

FORCE ৰিপ’ৰ্ট বনোৱা জ্যেষ্ঠ IRS বিষয়াক পদৰ পৰা অব্যাহতি; কাৰণ দৰ্শোৱাৰ জাননী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2020 8:39 am
The-Indian-Revenue-Service-IRS-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত কৰ’না মহামাৰী চলি থকা সময়ত কৰ বৃদ্ধিৰ পৰামৰ্শ সম্পৰ্কীয় ফোৰ্চ ৰিপ’ৰ্টৰ ঘটনাত তিনিগৰাকী জ্যেষ্ঠ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াক পদৰ পৰা আঁতৰোৱা হৈছে।

সূত্ৰ অনুসৰি, বিষয়া তিনিগৰাকীৰ বিৰুদ্ধে অভিযোগ পত্ৰ প্ৰস্তুত কৰা হৈছে আৰু তেওঁলোকক এই অভিযোগ পত্ৰৰ ১৫দিনৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে।

বিষয়া তিনিগৰাকীক কেন্দ্ৰীয় লোক সেৱাৰ নিয়ম উলংঘা কৰাৰ কাৰণে অভিযোগ পত্ৰ জাৰি কৰা হৈছে।

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ মতে এই বিষয়াকেইজনে ফোৰ্চ নামেৰে কৰ বৃদ্ধিৰ প্ৰস্তাৱ সম্পৰ্কে প্ৰতিবেদন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।

তেওঁলোকে প্ৰতিবেদনত সম্পদ কৰা, কৰ’না উপ কৰ লগোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল। বিভাগৰ মতে, এই প্ৰতিবেদনৰ জৰিয়তে কৰ আইনক লৈ বৰ্তমান বিত্তীয় পৰিস্থিতিত অনিশ্চয়তাৰ বাতাবৰণ সৃষ্টি হৈছে।

বিষয়াকেইজনৰ মাজত ১৯৮৮বৰ্ষৰ আই আৰ এছ প্ৰশান্ত ভূষণো আছে যি আই আৰ এছ এছোচিয়েশ্যনৰ সাধাৰণ সম্পাদক পদত আছে। তেওঁৰ বিৰুদ্ধে কৰ্তৃত্বহীনভাৱে প্ৰতিবেদন ৰাজহুৱা কৰাৰ অভিযোগ কৰা হৈছে।

সেইদৰে ২০০১বৰ্ষৰ আই আৰ এছ বিষয়া তথা এছোচিয়েশ্যনৰ যুটীয়া সম্পাদক আৰু ডি অ’ পি টিৰ সঞ্চালক প্ৰকাশ ডুবেই কৰ্কৃত্বহীনভাৱে কনিষ্ঠ বিষয়াৰ দ্বাৰা প্ৰতিবেদন প্ৰস্তুত কৰাই আই আৰ এছ এছোচিয়েশ্যনক দাখিল কৰিছিল।

সেইদৰে, ১৯৮৯বৰ্ষৰ আই আৰ এছ বিষয়া সঞ্জয় বাহাদুৰৰৰ বিৰুদ্ধেও কনিষ্ঠ বিষয়াক ব্যৱহাৰ কৰি প্ৰতিবেদন প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে।

চৰকাৰী সূত্ৰৰ মতে, বিষয়াকেইগৰাকী বহু অভিজ্ঞতাসম্পন্ন প্ৰধান আয়ুক্ত পৰ্যায়ৰ বিষয়া আছিল আৰু তেওঁলোকে কনিষ্ঠ বিষয়াসকলক বিপথে পৰিচালিত কৰিছে।

উল্লেখযোগ্য যে বিষয়াকেইজনে ‘FORCE’ শীৰ্ষক এক প্ৰতিবেদনৰ জৰিয়তে চৰকাৰলৈ এলানি প্ৰস্তাৱ আগবঢ়াইছিল।

দেশৰ জ্যেষ্ঠ এই কৰ বিষয়াসকলে অলপতে আগবঢ়োৱা এই প্ৰস্তাৱলানিত কেবল সৎ আৰু নিয়মানুৱৰ্তী লোক তথা যিসকলে সঠিক সময়ত ৰিটাৰ্ণ জমা দিয়ে সেইসকলকৰ মাজতে কৰ ৰেহাই সীমিত ৰখাৰ প্ৰস্তাৱ দিছিল।

বৰ্তমান ১কোটি টকাৰ অধিক আয়ৰ লোকসকলে ৩০ শতাংশ হাৰত আয়কৰ দিবলগীয়া হয়। দেশত এইটোৱে হৈছে আয়কৰ সৰ্বোচ্চ মাত্ৰা। এইক্ষেত্ৰত তেওঁলোকে আয়কৰ বৃদ্ধি কৰি ৪০শতাংশ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল।

তেওঁলোকে যিসকলৰ আয় ৫কোটি টকাৰ অধিক তেওঁলোকৰ সম্পদ কৰ পুনৰ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছিল।

তেওঁলোকে ৩মাহৰ পৰা ৬ মাহ পর্যন্ত এই কৰ আৰোপৰ প্ৰস্তাৱ আগবঢ়াইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd