• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গা ল’ৰিল মোদী চৰকাৰৰ! পতঞ্জলি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক উত্তৰ দিলে কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2024 2:48 pm
Patanjali
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনাৰ পাছত অৱশেষত গা ল’ৰিল মোদী চৰকাৰৰ৷ পতঞ্জলিৰ ভুৱা বিজ্ঞাপনৰ গোচৰত কেন্দ্ৰই সৰ্বোচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰে৷ চৰকাৰৰ মন্তব্য, এজন ব্যক্তিয়ে কোনটো চিকিৎসা পদ্ধতি গ্ৰহণ কৰিব সেয়া ব্যক্তিজনৰ নিজৰ পছন্দ।

আয়ুৰ্বেদিক বা এলোপেথী – চিকিৎসা পদ্ধতিৰ ওপৰত মানুহৰ পছন্দই শেষ শব্দ হ’ব লাগে। যিকোনো চিকিৎসা ব্যৱস্থাৰ অৱজ্ঞাক নিৰুৎসাহিত কৰা উচিত। যোগগুৰু ৰামদেৱৰ পতঞ্জলি আয়ুৰ্বেদৰ ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপনৰ গোচৰত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত এই স্পষ্টীকৰণ প্ৰদান কৰিছে।

Apply Now

উল্লেখ্য যে, পতঞ্জলিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বাবে হেঁচাত পৰিছিল ৰামদেৱ। আনকি ৰামদেৱ উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল। আনকি উচ্চতম ন্যায়ালয়ত শপতনামাত বিনাচৰ্তে ক্ষমা খুজিবলগীয়া হৈছিল যোগগুৰুৱে।

কেৱল তেৱেঁই নহয়, পতঞ্জলিৰ পৰিচালন সঞ্চালক (এম ডি) আৰু ৰামদেৱৰ সহযোগী আচাৰ্য বালকৃষ্ণয়ো ক্ষমা বিচাৰিছে। একে সময়তে ৰামদেৱে কয় যে তেওঁলোকে আদালতক আশ্বাস দিব বিচাৰে যে তেওঁলোকে একেটা ভুলৰ পুনৰাবৃত্তি নকৰে।

‘মিছা বিজ্ঞাপন’ গোচৰত ৰামদেৱ আৰু তেওঁৰ কোম্পানী পতঞ্জলিয়ে উচ্চতম ন্যায়ালয়ৰ বাৰে বাৰে ধমকিৰ সন্মুখীন হ’বলগীয়া হৈছিল। আদালতৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগো ৰামদেৱৰ বিৰুদ্ধে উত্থাপন হৈছিল। যোৱা সপ্তাহত এই গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ত উপস্থিত আছিল যোগগুৰু ৰামদেৱ৷

এই গোচৰত কেন্দ্ৰীয় চৰকাৰো প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল। উচ্চতম ন্যায়ালয়ে গোচৰৰ শুনানিৰ সময়ত লক্ষ্য কৰিছিল, যে সমগ্ৰ দেশকে এনে বিজ্ঞাপনৰ দ্বাৰা বিপথে পৰিচালিত কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য, “চৰকাৰে চকু মুদি বহি আছে।এয়া দুৰ্ভাগ্যজনক। চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”

উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কেন্দ্ৰীয় চৰকাৰে কয় যে যিকোনো ‘বিভ্ৰান্তিকৰ বিজ্ঞাপন’ৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো ৰাজ্যৰ দায়িত্ব। অৱশ্যে কেন্দ্রীয় চৰকাৰে আইন অনুসৰি সময়মতে ব্যৱস্থা গ্রহণ কৰিছে৷ সংশ্লিষ্ট সংস্থাটোক আয়ুষ মন্ত্ৰালয়ে পৰীক্ষা পৰ্যন্ত এনে বিজ্ঞাপন প্ৰকাশ নকৰিবলৈ কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd