• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়ক বিৰোধী আন্দোলনক দমন কৰিবলৈ কেন্দ্ৰই ব্যৱহাৰ কৰিব বিচাৰিছে আছাম ৰাইফলছক : নেছ’

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2019 7:28 am
Samuel-B-Jyrwa-750x375

নেছৰ অধ্যক্ষ ছেমুৱেল জাৰৱা, ফাইল ফটো : মেঘালয় টাইমছৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ পাছতে নাগৰিকত্ব সংশোধনী বিধেয়কখন পুনৰ গৃহীত কৰাৰ লক্ষ্যৰে বিধেয়ক বিৰোধী আন্দোলনক দমন কৰিবলৈ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে আছাম ৰাইফলছক ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে উত্তৰ-পূব ছাত্ৰ সংস্থা চমুকৈ নেছ’ই।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত যিকোনো স্থানতে তালাচী চলাই যিকোনো লোককে ৱাৰেন্ট অবিহনে গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা আছাম ৰাইফলছক প্ৰদান কৰা এখন অধিসূচনা জাৰি কৰাৰ পাছতে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছাত্ৰ সংগঠনটোৱে।

Apply Now

অৱশ্যে, কিছু কাৰিকৰী আনুষ্ঠানিকতা বাকী থকা বাবে অধিসূচনাখন বৰ্তমান প্ৰত্যাহাৰ কৰা হৈছে।

নেছ’ৰ অধ্যক্ষ ছেমুৱেল বি জাৰৱাই শুকুৰবাৰে শ্বিলঙত জাৰি কৰা এক বিবৃতিত কেন্দ্ৰৰ এনে অবিবেচক কাৰ্যক নিন্দা কৰি কৈছে, ‘’ ইয়াক ৰাষ্ট্ৰৰ অৱদমন হিচাপে অভিহিত কৰিব পাৰি যিয়ে লগতে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ প্ৰতি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মনোভাৱকে প্ৰমান কৰে।‘’

জাৰৱাই কয় যে নেছ’ই জনসাধাৰণৰ আন্দোলনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সদ্য সমাপ্ত ৰাজ্যসভাৰ অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপনত ব্যৰ্থ হোৱাৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা বুলিও আশ্চৰ্য প্ৰকাশ কৰে।

নেছ’ৰ অধ্যক্ষগৰাকীয়ে লগতে প্ৰকাশ কৰিছে যে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ বিষয়সমূহকলৈ কেন্দ্ৰ সন্তুষ্ট নহয় যাৰ বাবে দশকজুৰি আফ্ছপা (AFSPA) আইন জাপি দি লোকসকলৰ দুৰ্দশাগ্ৰস্ত অৱস্থাৰ প্ৰতি পিঠি দি পুনৰ গৃহ মন্ত্ৰালয়ে এনেধৰণৰ অধিক সাম্ৰাজ্যবাদী ব্যৱস্থা জাপি দিব বিচাৰিছে।

বিবৃতিটোত লগতে কেন্দ্ৰৰ এনে পদক্ষেপক উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ ওপৰত দমন হিচাপে অভিহিত কৰি নেছ’ই সকলো খিলঞ্জীয়া লোককে ঐক্যবদ্ধ, সতৰ্ক হৈ থকাৰ লগতে প্ৰয়োজনত জাগি উঠাৰ বাবে আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd