DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী নস্যাৎ কেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2019 11:32 am
Rao-Inderjit-Singh-1140x570

কেন্দ্ৰীয় মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিং। ফটো : টুইটাৰৰ সৌজন্যত

704
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকে ধৰি কোনো ৰাজ্যকে বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ সম্ভাৱনা নস্যাৎ কৰিছে।

‘’কোনো ৰাজ্যকে বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ কোনো পৰিকল্পনা নাই,’’- কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ এক প্ৰশ্নৰ উত্তৰত পৰিসংখ্যা আৰু পৰিকল্পনা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে এইদৰে কয়।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অন্ধ্ৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগই কেন্দ্ৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা দাবী কৰি আহিছে।

কেইবা বছৰো ধৰি বিশেষ ৰাজ্যৰ মৰ্যাদা ভোগ কৰি অহা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ এই মৰ্যাদা বিজেপি নেতৃত্বাধীন এন ডি এ  চৰকাৰখনে কৰ্তন কৰে।

‘’অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাটো এটা যৌথ কোপাৰেটিভ ফেডাৰেলিজমৰ উলংঘা নহয়নে সেয়া মই জানিব বিচাৰিছিলো,’’-বৰাই কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে, অৱশ্যে, কয় যে যে নীতি আয়োগে দেশখনত কোপাৰেটিভ ফেডাৰেলিজম আৰু কম্পটিটিভ ফেডাৰেলিজমক তুলি ধৰাৰ প্ৰয়াস চলাই আছে।

ভাৰত চৰকাৰে কম্পিটিটিভ ফেডাৰেলিজম প্ৰম’ট কৰাৰ বাবে উন্নত প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ নথি প্ৰস্তুত কৰিছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সিঙে কয়, ‘’ আমি কোনো নথি প্ৰস্তুত কৰা নাই। অৱশ্যে, পৰামৰ্শটো ভাল আৰু আমি এই বিষয়ে চিন্তা কৰিম।‘’

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd