• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৈক্ষিক অৰ্হতা লুকুৱাই আই আই এমৰ সঞ্চালক? ধীৰাজ শৰ্মাৰ বিৰুদ্ধে কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 23, 2025 10:55 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত হাৰিয়ানাৰ ৰোহটকস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ সঞ্চালক ধীৰাজ শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰই। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰাৰম্ভিক তদন্ত কৰিবলৈ দেশৰ শিক্ষা মন্ত্ৰালয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা অনুমতি বিচাৰিছে । ৰাষ্ট্ৰপতিৰ অনুমতি পালেই ধীৰাজ শৰ্মাৰ বিৰুদ্ধে প্ৰাথমিক তদন্ত আৰম্ভ হ’ব বুলি ধাৰণা কৰা হৈছে।

ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ (আই আই এম) সঞ্চালক হ’বলৈ হ’লে প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰীৰ প্ৰয়োজন হয়। অভিযোগ অনুসৰি, সেই ডিগ্ৰী নথকা সত্ত্বেও ধীৰাজ শৰ্মা আই আই এমৰ সঞ্চালক হৈছিল। কেন্দ্রীয় চৰকাৰে তেওঁক কেনেদৰে নিযুক্তি দিলে সেই প্রশ্নৰ উত্তৰ বিচৰাৰ সময়ত প্রধানমন্ত্রীৰ কার্যালয়ৰ ভূমিকাক লৈও প্রশ্ন উত্থাপন হয়৷

Apply Now

উল্লেখ্য যে ২০২৩ চনৰ আগষ্ট মাহত চৰকাৰে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আইন, ২০১৭ সংশোধন কৰিছিল। ৰাষ্ট্ৰপতিগৰাকীক তাত আই আই এমৰ ভিজিটৰ কৰা হয়। ৰাষ্ট্ৰপতিয়ে আই আই এমত গুৰুত্বপূৰ্ণ নিযুক্তি, অডিট আৰম্ভ কৰা আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষমতা লাভ কৰে।

আই আই এমৰ দৰে শিক্ষানুষ্ঠানৰ সঞ্চালক নিযুক্তিৰ অনিয়মৰ বাতৰি বিয়পি পৰাৰ লগে লগে দেশৰ শিক্ষা সমাজত হুলস্থুলৰ সৃষ্টি হয়। কলকাতাৰ এজন বাসিন্দাই তথ্যৰ অধিকাৰ আইনৰ অধীনত আই আই এম ৰোহটকৰ কাষ চাপিছিল, সঞ্চালক সন্দৰ্ভত শিক্ষানুষ্ঠানৰ পৰা পোনপটীয়াকৈ তেওঁৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ বিচাৰিছিল।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত দাখিল কৰা গোচৰটোত কেন্দ্ৰীয় চৰকাৰে পূৰ্বে উল্লেখ কৰিছিল যে ধীৰাজ শৰ্মা দ্বিতীয় শ্ৰেণীৰ স্নাতক। ২০১৭ চনত এজন সঞ্চালক নিযুক্তিৰ বিজ্ঞাপনত নূন্যতম অৰ্হতা হিচাপে প্ৰথম শ্ৰেণীৰ স্নাতক বিচৰা হৈছিল। তাৰ পিছত কেনেকৈ ধীৰাজৰ নিযুক্তি হ’ল? সেইটোৰ তদন্ত কৰা হ’ব। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে আই আই এমকে ধৰি দেশৰ ২০টা শীৰ্ষ চৰকাৰী মেনেজমেন্ট শিক্ষানুষ্ঠানৰ সঞ্চালক নিযুক্তিৰ বাবে অনুমোদন জনায়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd