• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গৃহ মন্ত্ৰালয়ৰ সাৰশূন্য প্ৰতিবেদন! সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে জম্মু-কাশ্মীৰত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2023 8:07 pm
Jammu-Kashmir
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱবৰ্ষৰ প্ৰথম আৰু দ্বিতীয় দিন দুটাত সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি পিছতে জম্মু-কাশ্মীৰৰ দুই সীমান্ত জিলা ৰাজৌৰী আৰু পুঞ্চত নিৰাপত্তা ব্যৱস্থা বৃদ্ধিৰ বাবে আজি বৃহৎ সংখ্যক চি আৰ পি এফ কোম্পানী নিয়োগ কৰিছে গৃহ বিভাগে।

প্ৰকাশিত খবৰ অনুসৰি ১৮ টা চিআৰপিএফ কোম্পানীৰ প্ৰায় ১,৮০০ গৰাকী জোৱানক মুখ্যতঃ পুঞ্চ আৰু ৰাজৌৰী জিলাত নিয়োগ কৰাৰ বাবে জম্মু অঞ্চললৈ তাৎক্ষণিকভাৱে প্ৰেৰণ কৰা হ’ব।

Apply Now

তথ্য অনুসৰি, জম্মু-কাশ্মীৰত অন্যান্য স্থানসমূহত নিয়োজিত আঠটা চিআৰপিএফ কোম্পানী অতি সোনকালে সেই স্থানসমূহৰ পৰা আঁতৰাই পুঞ্চ আৰু ৰাজৌৰীত মোতায়েন কৰা হ’ব। আনহাতে দিল্লীৰ পৰা ১০ টা চিআৰপিএফ কোম্পানী জিলা দুখনত নিয়োজিত কৰা হ’ব।

উল্লেখ্য যে, দেওবাৰে সন্ধিয়া ৰাজৌৰীৰ ডাংৰি গাঁৱত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল। হঠাৎ ২ বন্দুকধাৰীয়ে আক্ৰমণ কৰিছিল গাঁওখনত। গাঁৱৰ তিনিটা ঘৰত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰিছিল দুই বন্দুকধাৰীয়ে। প্ৰথম অৱস্থাত এই আক্ৰমণত ২ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল।

পিছত ৰাজৌৰী চিকিৎসা মহাবিদ্যালয়ত আৰু ২ গৰাকী স্থানীয় গাঁওবাসীয়ে প্ৰাণ হেৰুৱাইছিল। আনহাতে সংকটজনক অৱস্থাত থকা আন দুগৰাকী ব্যক্তিক উন্নত চিকিৎসাৰ বাবে জম্মুলৈ লৈ যোৱা হৈছিল।

এই ঘটনাৰ পিছদিনাই ঘটনাত নিহত হোৱা এগৰাকী ব্যক্তিৰ ঘৰৰ সমীপত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত দুটা শিশু নিহত হোৱাৰ লগতে ছয়জন লোক আহত হয়।

লক্ষণীয়ভাৱে, নিৰাপত্তা বাহিনীৰ প্ৰচেষ্টাৰ ফলত যোৱা কেইবছৰমানৰ পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাণ্ড হ্ৰাস পাইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সন্ত্ৰাসবাদৰ ওপৰত নিৰাপত্তা বাহিনীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে বুলি বছৰৰ শেষৰ ফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক প্ৰতিবেদনত উল্লেখ কৰিছিল।

কিন্তু ধাৰাবাহিকভাৱে দুটা দিনত সন্ত্ৰাসবাদীৰ কূটাঘাতে সাধাৰণ নাগৰিকৰ প্ৰাণ কাঢ়ি নিয়া তথা পুনৰ অধিকসংখ্যক সেনা নিয়োগ কৰিবলগীয়া পৰিস্থিতিয়ে গৃহ মন্ত্ৰালয়ৰ এই প্ৰতিবেদনক একপ্ৰকাৰে নাকচ কৰি পেলাইছে বুলি অভিযোগ উঠিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd