• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিতৰ্কৰ মাজতে কেন্দ্ৰৰ ঘোষণা; সম্প্ৰচাৰ সেৱা নিয়ন্ত্ৰণ বিধেয়কৰ নতুন খচৰা দাখিল কৰা হ’ব সংসদত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2024 7:54 am
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ। ফাইল ফটো।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াক ‘নিয়ন্ত্ৰণ’ কৰিবলৈ নৰেন্দ্ৰ মোডী চৰকাৰে সম্প্ৰচাৰ সেৱা (ব্ৰডকাষ্টিং) নিয়ন্ত্ৰণ বিধেয়কৰ নতুন খচৰা গৃহীত কৰাৰ চেষ্টা চলাইছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সোমবাৰে জনায় যে বিধেয়কখনৰ নতুন খচৰা পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ কৰা হ’ব।

কেন্দ্ৰই যোৱা বছৰ সংসদত সম্প্ৰচাৰ সেৱা নিয়ন্ত্ৰণ বিধেয়ক উত্থাপন কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু বিধেয়কখন উত্থাপনৰ পূৰ্বেই ইয়াৰ খচৰা প্ৰস্তুত প্ৰক্ৰিয়াক লৈ বিতৰ্ক আৰম্ভ হৈছিল। সংসদত উত্থাপন কৰাৰ পূৰ্বেই ৰাজহুৱা কৰা বুলি অভিযোগ উত্থাপন কৰে বিৰোধীয়ে। যদিও কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে স্পষ্টীকৰণ দিছিল যে ২০২৩ চনৰ অক্টোবৰ মাহত বিভিন্ন অংশীদাৰ আৰু জনসাধাৰণৰ মতামত বিচৰা ব্যাখ্যামূলক টোকাসমূহৰ সৈতে এখন খচৰা মন্ত্ৰালয়ৰ ৱেবছাইটত দিয়া হৈছিল।

সেই মতামতৰ আধাৰত নতুন খচৰা প্ৰস্তুত কৰা হৈছে বুলি সোমবাৰে মন্ত্ৰালয়ে অৱগত কৰে। কংগ্ৰেছৰ অভিযোগ যে এইবাৰ প্ৰতিষ্ঠানিক সংবাদ মাধ্যমৰ পিছতে মোডী চৰকাৰে ছ’চিয়েল মিডিয়াত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, এক্স-পোষ্টত চৰকাৰী নিয়ন্ত্ৰণ বলবৎ কৰাৰ ক্ষেত্ৰত সক্ৰিয় হৈছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিবোৰ যদি পছন্দৰ নহয়, তেন্তে সেই খবৰ ‘ফেক নিউজ’ বুলি আখ্যা দি আঁতৰোৱাৰ ক্ষমতা লৈছে।

Apply Now

কিন্তু বহু সাংবাদিকে এতিয়া নিজাকৈ ইউটিউব চেনেল চলাই আছে। তেওঁলোকে চৰকাৰৰ ভুল-ত্ৰুটিৰ দাঙি ধৰিছে। বিজেপিয়েও নিৰ্বাচনত তাৰ মূল্য ভৰিবলগীয়া হৈছিল। এতিয়া চৰকাৰে তেওঁলোকৰ ওপৰত চকু ৰাখিছে। নতুন বিল আনি তেওঁলোকৰ কণ্ঠৰোধ কৰাৰ চেষ্টা কৰা হৈছে।

আনহাতে, এই সন্দৰ্ভত কেন্দ্রই আইন প্ৰণয়নক লৈ মিছা মাতিছে বুলি অভিযোগ উত্থাপন কৰে বিৰোধীয়ে। ১৯৯৫ চনৰ কেবল টিভি নেটৱৰ্ক নিয়ন্ত্ৰণ আইন বাতিল কৰি নতুন সম্প্ৰচাৰ সেৱা নিয়ন্ত্ৰণ বিধেয়ক উত্থাপন কৰিব বিচাৰিছে মোডী চৰকাৰে।

সূত্ৰ অনুসৰি, নতুন বিধেয়কখনত ‘প্ৰভাৱশালী’ ইউটিউবাৰ, ইনষ্টাগ্ৰামাৰসকলক নিয়ন্ত্ৰণ কৰিব বিচাৰিছে মোডী চৰকাৰে। তেওঁলোকৰ নাম পঞ্জীয়ন আৰু অনুমতি লোৱা বাধ্যতামূলক কৰা হৈছে। বিৰোধীয়ে অভিযোগ কৰে যে ই বাক স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ হস্তক্ষেপ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd