DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কি আছে ক’ৰ’ণাৰ সংক্ৰমণক লৈ অসমলৈ কেন্দ্ৰই লিখা চিঠিত?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2020 5:05 pm
WhatsApp Image 2020-07-18 at 9.36.34 AM

প্ৰতিনিধিত্বমূলক ফটো।

4.5k
VIEWS
Share on FacebookShare on Twitter

দেশত চলিছে ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ। ৰাজ্যই ৰাজ্যই এতিয়া বাঢ়িছে ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

বিশেষকৈ অসমকে ধৰি আন কেইখনমান ৰাজ্যত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণে সামাজিক সংক্ৰমণৰ ৰুপ লোৱাত চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।

এনে পৰিস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে আজিঅসমকে ধৰি চাৰিখন ৰাজ্যলৈ ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ হ’বলৈ নিৰ্দেশ জাৰি কৰি পত্ৰ প্ৰেৰণ কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ যুটীয়া সচিব লাভ আগৰৱালাই অসম,পশ্চিম বংগ,বিহাৰ আৰু ওড়িশা চৰকাৰলৈ লিখা পত্ৰত যিমান পাৰি ক’ৰ’ণাৰ পৰীক্ষা বৃদ্ধি কৰিবলৈ কৈছে।

পত্ৰখনত প্ৰতি ১ লাখ লোকৰ মাজৰে কমেও ১৪ জন লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰাৰ কথা কোৱা হৈছে।

তদুপৰি কন্টেইনমেন্ট জ’ন সমূহত যাতে সকলোৱে স্বাস্থ্য বিধি মানি চলে সেই বিষয়ত অধিক কঠোৰ হ’বলৈ কোৱা হৈছে।

পত্ৰ খনত লগতে এই বুলিও উল্লেখ কৰা হৈছে যে অসমৰ নগাওঁ,কাৰ্বি আংলং,নলবাৰী, শিৱসাগৰ,গোৱালপাৰা আদি জিলা সমূহত ক’ৰ’ণাৰ পৰীক্ষাৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ কমি আছে।

সেই জিলা সমূহত সেয়ে পৰীক্ষাৰ হাৰ বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়া হৈছে।

ৰাজ্য খনত যোৱা ১৪ দিনত ৮০ শতাংশ ক’ৰ’ণা ৰোগী বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি পত্ৰ খনত ক’ৰ’ণাত আক্ৰান্ত সকলৰ কন্টেক হিষ্টৰী পৰীক্ষা কৰি তেওঁলোকৰ সংস্পৰ্শলৈ অহা সকলক ৭২ ঘন্টাৰ ভিতৰত কোৱাৰেন্টাইন কৰিবলৈ কৈছে।

অসমত মৃত্যুৰ হাৰ ১ শতাংশতকৈ তলত ৰখাৰ বাবে পদক্ষেপ গ্ৰহণৰো নিৰ্দেশ দিয়া হৈছে।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd