• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এদিনত একোটা কেন্দ্ৰত কিমান জন লোকে ল’ব পাৰিব ভেকচিন? কেন্দ্রই বান্ধি দিলে সর্বোচ্চ সীমা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 13, 2020 1:41 pm

1 min read

a vaccine
296
VIEWS
Share on FacebookShare on Twitter

আৰু হয়তো কিছুদিন পিছতে দেশবাসীৰ ওচৰ পাব ক’ৰ’ণাৰ ভেকচিন।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ভেকচিন প্ৰদানৰ কৰ্ম আঁচনি যুগুতাই উলিয়াইছে।

এদিনত কিমান জন লোকে একোটা ভেকচিন প্ৰদান কৰা কেন্দ্ৰত এই ভেকচিন গ্ৰহণ কৰিব পাৰিব তাৰো হিচাপ ধৰি দিছে চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে আজি জাৰি কৰা নিৰ্দেশনাত এই বুলি কৈছে যে এদিনত একোটা কোভিড ভেকচিন প্ৰদান কৰা কেন্দ্ৰত সৰ্বাধিক ১০০ গৰাকী লোকে কোভিডৰ ভেকচিন গ্ৰহণ কৰিব পাৰিব।

অৱশ্যে যদি কোনো কেন্দ্ৰ পৰ্যাপ্ত সা-সুবিধা থাকে তেন্তে তেনে কেন্দ্ৰত ২০০ গৰাকী পৰ্যন্ত লোকে ভেকচিন ল’ব পাৰিব।

ভেকচিন প্ৰদানৰ বাবে বিভিন্ন অঞ্চলত কেন্দ্ৰ স্থাপন কৰা হ’ব।

সেই কেন্দ্ৰত কমেও তিনিটা কোঠা থাকিব লাগিব ।

সেই কোঠা বোৰ অপেক্ষাগৃহ,ভেকচিন প্ৰদান কৰা কক্ষ আৰু নিৰীক্ষণ কক্ষ হিচাবে ব্যৱহাৰ কৰা হ’ব।

কেন্দ্ৰই জাৰি কৰা ১১২ পৃষ্ঠাৰ নিৰ্দেশনাত কোৱা হৈছে যে ভেকচিন প্ৰদানকাৰী দলত ৫ গৰাকী লোক থাকিব।

খবৰ অনুসৰি ২৪ ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰই সকলো ৰাজ্যকে ভেকচিন প্ৰদানৰ সকলো কাম সম্পূৰ্ণ কৰি তুলিবলৈ কৈছে।

প্ৰথাৱস্থাত দেশত ৬০০ নিযুত ভেকচিন মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

Recent News

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd