• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না ভাইৰাছক লৈ মহা সংকটত বিশ্ব স্বাস্থ্য সংস্থা; কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2020 2:06 pm
No evidence that people who have recovered from COVID-19 protected from a second infection: WHO

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ'ছ।

35.2k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমানলৈকে মহামাৰীক লৈ বিশ্ব স্বাস্থ্য সংস্থাই যিমানবাৰ বিশ্বজুৰি জৰুৰী অৱস্থাৰ কথা ঘোষণা কৰিছে তাৰ ভিতৰত কৰ’না ভাইৰাছকে আটাইতকৈ মাৰাত্মক বুলি অভিহিত কৰিছে সংস্থাটোৰ মুৰব্বী টেড্ৰ’ছ আধানাম ঘেব্ৰিয়াছুছে।

টেড্ৰ’ছে জানিবলৈ দিয়া মতে চলিত সপ্তাহতেই কৰ’নাৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে সংস্থাটোৰ জৰুৰী কমিটিৰ এখন বৈঠক আহ্বান কৰিব। 

ইয়াৰ পূৰ্বেও বিশ্ব স্বাস্থ্য সংস্থাই পাঁচবাৰকৈ বিশ্বজুৰি জৰুৰী অৱস্থা জাৰি কৰিছিল। 

ইব’লাৰ বাবে দুবাৰ, জিকা,পলিঅ’ আৰু ছোৱাইন ফ্লুৰ বাবে এবাৰকৈ সংস্থাটোৱে পূৰ্বে জৰুৰী অৱস্থা জাৰি কৰিছিল।

চলিত বছৰৰ জানুৱাৰি মাহৰ পৰা বৰ্তমানলৈকে গোটেই বিশ্বত ৬০ লাখৰো অধিক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

এতিয়ালৈকে কৰ’না ভাইৰাছ মহামাৰীত ৬লাখতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছে লগতে কৈছে যে বিশ্বৰ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সংস্থাই যেতিয়া যোৱা ৩০ জানুৱাৰিত জৰুৰী অৱস্থা ঘোষণা কৰিছিল তেতিয়া চীনৰ বাহিৰত আক্ৰান্তৰ সংখ্যাই শতক অতিক্ৰম কৰা নাছিল আৰু কোনো লোকৰ মৃত্যু হোৱা নাছিল। 

আনহাতে, কৰ’না মহামাৰীক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে আমেৰিকাকে ধৰি কেইখনমান উন্নত দেশে সহযোগিতা আগনবঢ়োৱাক লৈয়ো সংস্থাটো সমস্যাৰ সন্মুখীন হৈছে।    

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd