• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

চাণক্য নীতি : জীৱনত সফল হ’বলৈ হ’লে মানি চলক এই কেইটা নিয়ম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2023 8:11 am
Chanakya Principle
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাচীন ভাৰতৰ বিখ্যাত কূটনীতিবিদ, দাৰ্শনিক আৰু অৰ্থনীতিবিদ আচাৰ্য চাণক্যই মানৱ জীৱনৰ বিভিন্ন দিশৰ ওপৰত পৰামৰ্শ আগবঢ়াযই গৈছে। তেওঁৰ সকলো পৰামৰ্শ আজিও আমাৰ জীৱনত সমানে প্ৰাসংগিক। চাণক্যৰ শিক্ষাই মানুহক জীৱনত সফল হ’বলৈ অনুপ্ৰাণিত কৰে।

চাণক্যৰ মতে নিৰ্ধাৰিত পথ অনুসৰণ কৰা ব্যক্তিৰ জীৱনলৈহে সফলতা আহে। চাণক্যই জীৱনৰ লক্ষ্যত উপনীত হোৱাত সফল হ’বলৈ বিভিন্ন উপদেশ দি গৈছে। যদি আপুনি প্ৰতিদিনে চাণক্যৰ এই ৫ টা উপদেশ মানি চলিব পাৰে তেন্তে আপোনাৰ সফলতা নিশ্চিত।

Apply Now

ৰাতিপুৱা সোনকালে উঠক

জীৱনৰ মূল লক্ষ্যত উপনীত হ’বলৈ সফল হ’বলৈ হ’লে ২৪ ঘন্টাৰ এটাও মুহূৰ্ত নষ্ট নকৰিব। নিশা দেৰিলৈকে নাথাকিব আৰু প্ৰতিদিনে ৰাতিপুৱা সোনকালে বিচনা ত্যাগ কৰিব। তেতিয়াহে গোটেই দিনটোৰ কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব।

গোটেই দিনটোৰ পৰিকল্পনা কৰক

ৰাতিপুৱা সাৰ পোৱাৰ পিছত এক মুহূৰ্তও সময় নষ্ট নকৰিব। এলাহ এৰি গোটেই দিনটোৰ বাবে এটা সুন্দৰ পৰিকল্পনা কৰক। পৰিকল্পনা অনুসৰি কাম কৰা মানুহ জীৱনত সদায়ে সফল হয়।

আজি কাম কৰক, আজিয়েই কৰক

চাণক্যৰ মতে হেৰুৱা ধন উদ্ধাৰ হ’লেও হেৰুৱা সময় কেতিয়াও উদ্ধাৰ নহয়। গতিকে, কাইলৈৰ বাবে কোনো কাম পেলাই নথ’ব। আজিৰ সকলো কাম আজিয়েই সম্পন্ন কৰক। সময়ক সন্মান কৰিলে প্ৰতিটো কামতে সফলতা লাভ কৰিব পাৰি।

সঠিক খাদ্য খাওক

আজিৰ ব্যস্ত যুগত মানুহে নিজৰ খাদ্যৰ সঠিক যত্ন লব নোৱাৰে। কিন্তু সুস্থ হৈ থাকিবলৈ সময়মতে খাদ্য খোৱাটো অতি প্ৰয়োজনীয়। স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক। তেতিয়াহে আপুনি সম্পূৰ্ণ উৎসাহেৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িব পাৰিব আৰু সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক। শৰীৰ অসুস্থ হ’লে জীৱনৰ কোনো লক্ষ্যত উপনীত হ’ব নোৱাৰি। গতিকে ফিট হৈ থাকিবলৈ মৰ্নিং ৱাক, যোগাসন আৰু ধ্যান কৰক। সুস্থ থাকিলে সকলো কাম সম্পূৰ্ণ শক্তিৰে কৰিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd