• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কালৰো কাল,বিপৰীত কাল…ন্যায়িক দণ্ডাধীশৰ ৰূপ লৈ যান-বাহন আইন উলংঘা কৰি গ্ৰেপ্তাৰ অধিবক্তা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2024 8:02 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

চণ্ডীগড় আৰক্ষীয়ে এটা ঘূৰণীয়া পথত যান-বাহন আইন উলংঘা কৰাৰ অপৰাধত ন্যায়িক দণ্ডাধীশৰ ৰূপ লৈ থকা এজন অধিবক্তাক গ্ৰেপ্তাৰ কৰে৷

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত বগা ৰঙৰ এছ ইউ ভিখন চলাই থকা এজন ব্যক্তিক ট্ৰেফিক আৰক্ষীৰ সৈতে কাজিয়া কৰা দেখা গৈছিল। ট্ৰেফিক আৰক্ষীয়ে তেওঁৰ গাড়ী ৰখাবলৈ সংকেত দিয়া মুহূৰ্তটো ভিডিঅ’টোত বন্দী হৈছে।চালক প্ৰকাশে অৱশ্যে আগলৈ গাড়ী চলাই গৈ গাড়ীখন থমকি ৰয়। ড্ৰাইভিং লাইচেন্সৰ বিষয়ে সোধাত প্ৰকাশে নাকচ কৰি অহংকাৰেৰে পুলিচজনক কয়: “নেহী দিখাউংগা (মই দেখুৱাব নোৱাৰিম)।”

নম্বৰ প্লেটৰ সন্মুখত ওলমি থকা কাপোৰৰ টুকুৰা এটাক লৈ যান-বাহন আৰক্ষীয়ে প্ৰকাশক সোধা-পোছা কৰে, কাৰণ পঞ্জীয়ন নম্বৰটো অস্পষ্ট হৈ আছিল।কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হৈ তেওঁ কয় যে তেওঁলোকে কলত এজন জ্যেষ্ঠ বিষয়াৰ সৈতে কথা পাতিব লাগিব। তথাপিও ড্ৰাইভিং লাইচেন্স দাখিল কৰিবলৈ কোৱাত তেওঁ তৎক্ষণাত সেই স্থানৰ পৰা পলায়ন কৰি চিঞৰিলে “চালান ভেজ ডেনা (মোক চালান পঠাওক)”।

ইতিমধ্যে প্ৰকাশৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৭০ (চৰকাৰী কৰ্মচাৰীক কটু আচৰণ), ১৮৬ (চৰকাৰী কৰ্মচাৰীক কৰ্তব্য পালনত বাধা দিয়া) আৰু ৪১৯ (ব্যক্তিৰ দ্বাৰা প্ৰতাৰণা) ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।ইতিমধ্যে ৰেড লাইটৰ চিগনেল ভংগ কৰি নম্বৰ প্লেটৰ লগত কৰা কাম কাজৰ বাবে প্ৰকাশৰ বিৰুদ্ধে চালান জাৰি কৰা হৈছিল।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd