• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মূষলধাৰ বৰষুণৰ মাজতো বনৰীয়া হাতী খেদাৰ অভিযান চলালে বনকৰ্মীয়ে

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
September 11, 2019 8:52 am
IMG_20190910_232318_945

ফটো : নৰ্থ-ইষ্ট নাও

2.8k
VIEWS
Share on FacebookShare on Twitter

বিগত প্ৰায় দুই সপ্তাহ ধৰি চামগুৰিৰ বিভিন্ন ঠাইত দিনে-নিশাই উপদ্ৰৱ চলোৱা বনৰীয়া হাতীৰ চাৰি জনীয়া জাকটোক অৱশেষত মঙলবাৰে বন বিভাগৰ লোকে খেদি পঠিয়াবলৈ সক্ষম হয়।

হাতীৰ জাকটোৱে হাঁহচৰা বৰালী গাঁৱৰ পথাৰত বিঘাই বিঘাই ধান খেতি বিনষ্ট কৰাৰ লগতে ব্ৰহ্মচাৰি আৰু গেন্ধালি গাঁৱত কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছিল।

উল্লেখ্য যে উদমাৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেইজনমান বনৰক্ষীয়ে বহুদিনৰ পৰা হাতীৰ জাকটোক কাৰ্বি পাহাৰলৈ খেদি পঠিয়াবলৈ চেষ্টা কৰিছিল যদিও বাৰে বাৰে ব্যৰ্থ হোৱাত বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল স্থানীয় কৃষক তথা ভুক্তভোগি ৰাইজে।

অৱশেষত মঙলবাৰে চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেইজনমান বনৰক্ষীৰ সহযোগত উদমাৰি উপ খণ্ড বন বিভাগৰ বনৰক্ষীয়ে যুটীয়াভাবে হাতীৰ জাকটো খেদিবলৈ অভিযান চলায়।

মঙলবাৰে সন্ধিয়াৰ পৰা দোভাগ নিশা পৰ্য্যন্ত চলোৱা অভিযানত বন কৰ্মীৰ দলটোৱে হাতী চাৰিটাক পাহাৰৰ দিশে কিছু দূৰ খেদি পঠিয়াবলৈ সক্ষম হয়।

উল্লেখ্য যে বিয়লি ভাগৰ পৰা চামগুৰি অঞ্চলত আৰম্ভ হোৱা এজাক ডাঠ বৰষুণৰ বাবে বন বিভাগৰ অভিযানকাৰী দলটো কিছু সময় থমকি ৰ’ব লগীয়া হৈছিল। কিন্তু পৰৱৰ্তী সময়ত বৰষুণৰ মাজতেই হাতী খেদা অভিযানটো অব্যাহত ৰাখে।

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা বৃহত্তৰ অঞ্চলৰ ৰাইজ তথা কৃষক সকল সাময়িকভাৱে সকাহ পাব বুলি আশা কৰিছে উদমাৰি উপ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বনৰক্ষী সকলে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd