• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূষলধাৰ বৰষুণৰ মাজতো বনৰীয়া হাতী খেদাৰ অভিযান চলালে বনকৰ্মীয়ে

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
September 11, 2019 8:52 am
IMG_20190910_232318_945

ফটো : নৰ্থ-ইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত প্ৰায় দুই সপ্তাহ ধৰি চামগুৰিৰ বিভিন্ন ঠাইত দিনে-নিশাই উপদ্ৰৱ চলোৱা বনৰীয়া হাতীৰ চাৰি জনীয়া জাকটোক অৱশেষত মঙলবাৰে বন বিভাগৰ লোকে খেদি পঠিয়াবলৈ সক্ষম হয়।

হাতীৰ জাকটোৱে হাঁহচৰা বৰালী গাঁৱৰ পথাৰত বিঘাই বিঘাই ধান খেতি বিনষ্ট কৰাৰ লগতে ব্ৰহ্মচাৰি আৰু গেন্ধালি গাঁৱত কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছিল।

Apply Now

উল্লেখ্য যে উদমাৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেইজনমান বনৰক্ষীয়ে বহুদিনৰ পৰা হাতীৰ জাকটোক কাৰ্বি পাহাৰলৈ খেদি পঠিয়াবলৈ চেষ্টা কৰিছিল যদিও বাৰে বাৰে ব্যৰ্থ হোৱাত বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল স্থানীয় কৃষক তথা ভুক্তভোগি ৰাইজে।

অৱশেষত মঙলবাৰে চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেইজনমান বনৰক্ষীৰ সহযোগত উদমাৰি উপ খণ্ড বন বিভাগৰ বনৰক্ষীয়ে যুটীয়াভাবে হাতীৰ জাকটো খেদিবলৈ অভিযান চলায়।

মঙলবাৰে সন্ধিয়াৰ পৰা দোভাগ নিশা পৰ্য্যন্ত চলোৱা অভিযানত বন কৰ্মীৰ দলটোৱে হাতী চাৰিটাক পাহাৰৰ দিশে কিছু দূৰ খেদি পঠিয়াবলৈ সক্ষম হয়।

উল্লেখ্য যে বিয়লি ভাগৰ পৰা চামগুৰি অঞ্চলত আৰম্ভ হোৱা এজাক ডাঠ বৰষুণৰ বাবে বন বিভাগৰ অভিযানকাৰী দলটো কিছু সময় থমকি ৰ’ব লগীয়া হৈছিল। কিন্তু পৰৱৰ্তী সময়ত বৰষুণৰ মাজতেই হাতী খেদা অভিযানটো অব্যাহত ৰাখে।

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা বৃহত্তৰ অঞ্চলৰ ৰাইজ তথা কৃষক সকল সাময়িকভাৱে সকাহ পাব বুলি আশা কৰিছে উদমাৰি উপ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বনৰক্ষী সকলে।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

November 8, 2026 9:13 pm
১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

November 8, 2026 8:09 pm
বস্তৰত দীপাৱলী উদযাপন কৰি কাক ‘দিমাগী নক্সাল’ আখ্যা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে?

বস্তৰত দীপাৱলী উদযাপন কৰি কাক ‘দিমাগী নক্সাল’ আখ্যা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে?

November 8, 2026 7:36 pm
কেৱল ছুপাৰমুন নহয়, নৱেম্বৰৰ আকাশত ঘটিব আন কেইবাটাও বিৰল পৰিঘটনা! আপুনি চাবলৈ সাজুনে?

কেৱল ছুপাৰমুন নহয়, নৱেম্বৰৰ আকাশত ঘটিব আন কেইবাটাও বিৰল পৰিঘটনা! আপুনি চাবলৈ সাজুনে?

November 8, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

November 8, 2026 9:13 pm
১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

November 8, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd