• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে চৰণজিত সিং চন্নীয়ে

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 20, 2021 12:43 pm
Punjab CM Oath
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা তিনিদিন ধৰি সঘনে সলনি হোৱা পঞ্জাৱৰ ৰাজনৈতিক দৃশ্যপটৰ অন্ত পেলাই আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে চৰণজিত সিং চন্নীয়ে।

তেওঁৰ লগতে সুখজিন্দৰ ৰান্ধাৱা আৰু অ’পি চৌনীয়েও ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত লয় ।

আজি শপত গ্ৰহণ অনুস্থানত উপস্থিত থাকে দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধী।

Apply Now

শনিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা অমৰিন্দ্ৰৰ সিঙে পদত্যাগ কৰাৰ এদিন পিছত কালি কংগ্ৰেছ হাইকামাণ্ডে চৰণজিত সিং চন্নীৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছিল। চমকৌৰ চাহিবৰ বিধায়ক চৰণজিত সিং চন্নীয়ে ইয়াৰ পূৰ্বে শিৰোমণি আকালি দল আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ কালত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে চৰণজিত সিং চন্নী পঞ্জাৱৰ প্ৰথমজন দলিত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। চন্নীক কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ ঘনিষ্ঠ বুলি জনা যায়।

পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী নৱজোৎ সিং সিদ্ধু আৰু দলৰ জেষ্ঠ নেতা সুখজিন্দৰ ৰান্ধাৱাই হিন্দু নেতা সুনীল জখৰৰ নাম মুখ্যমন্ত্ৰী হিচাপে বিৰোধিতা কৰাৰ পাছত কংগ্ৰেছ হাইকামাণ্ডে চৰণজিত সিং চন্নীক মুখ্যমন্ত্ৰী পদৰ পাৰ্থী হিচাপে মনোনীত কৰিছিল।

মুখ্যমন্ত্ৰী হিচাপে চন্নীৰ নাম প্ৰস্তাৱ হোৱাৰ পিছতে বহু কেইগৰাকী ৰাজনৈতিক নেতাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে, ৩২ শতাংশ দলিত জনসংখ্যা থকা ৰাজ্যখনত এজন দলিত নেতাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াটো এক বৃহৎ ৰাজনৈতিক সিদ্ধান্ত। ই ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ ৰাজনৈতিক নীতিত প্ৰভাৱ পেলাব।

ইতিমধ্যে ৰাজ্যখনৰ মুখ্য বিৰোধী দল আপ- এ চন্নীৰ নিযুক্তিত আদৰণি জনাইছে। অৱশ্যে ৰাজ্যখনৰ আন এটা শক্তিশালী আঞ্চলিক দল শিৰোমণি আকালি দলে এই সম্পৰ্কে বৰ্তমানলৈকে কোনো মতামত দাঙি ধৰা নাই।

আনহাতে,২০১৮ চনত এগৰাকী প্ৰশাসনিক বিষয়াই চন্নীৰ বিৰুদ্ধে আপত্তিজনক পত্ৰ প্ৰেৰণৰ যি অভিযোগ তুলিছিল,সেই অভিযোগৰ ভিত্তিত এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে বিজেপিয়ে।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd