• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিষাক্ত চুলাই কাণ্ড : ৪১ জন লোকৰ বিৰুদ্ধে আদালতত আৰক্ষীৰ অভিযোগনামা দাখিল

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
May 30, 2019 9:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্র দেশ জোকাৰি যোৱা ১৭০ ৰ জনৰো অধিক লোকৰ মৃত্যু হোৱা তথা যোৱা ২১ ফেব্ৰুৱাৰীৰ প্ৰায় এসপ্তাহ ধৰি গোলাঘাট আৰু যোৰহাট জিলাত হোৱা বৃহৎ সুৰা ট্রেজেদিৰ ঘটনা সন্দৰ্ভত অৱশেষত কালি অৰ্থাৎ ২৯ মে’ত গোলাঘাট আৰক্ষীয়ে অভিযোগনামা দাখিল কৰে।

উক্ত ঘটনা সন্দৰ্ভত (পি আৰ চি ৪১৮/১৯) আৰক্ষীয়ে এহেজাৰ পৃষ্ঠৰো অধিক এক বৃহৎ আকাৰৰ অভিযোগনামা গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ কিৰণ লাল বৈষ্ণৱৰ আদালতত দাখিল কৰে।

Apply Now

প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষী বিষয়া পার্থ প্ৰতিম শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এক বিশেষ তদন্তকাৰী গোটে উক্ত ঘটনাৰ তদন্ত কৰিছিল। বুধবাৰে দাখিল কৰা অভিযোগনামাৰ জৰিয়তে উক্ত তদন্তকাৰী দলটোৱে সৰ্বমুঠ ৪১ জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা বুলি জানিব পৰা গৈছে।

উক্ত ৪১ জনৰ ভিতৰৰ ১৫ জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৩২৮/৩০৪ধাৰাৰ লগতে আসাম এক্সাইছ এক্টৰ ৫৫ ধাৰাত অভিযোগনামা আৰু ২৬ জনৰ বিৰুদ্ধে আসাম এক্সাইছ এক্টৰ ৫৫ ধাৰাত অভিযোগনামা দাখিল কৰিছে। ৬৫ গৰাকী সাক্ষী থকা এই গোচৰটোৰ অহা ১১ জুনৰ পৰা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

আদালতত দাখিল কৰা অভিযোগনামাত আৰক্ষীয়ে কাৰ্বি আংলঙৰ খটখটিত থকা ‘ৰেডিয়েন্ত মেনুফেকছাৰ প্ৰাইভেট লিমিটেড’ নামৰ সুৰা উদ্যোগটোৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মিঠানলৰ সুৰাভৰ্তি টেংকাৰসমূহ ৰাজ্যৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰা হয় বুলি উল্লেখ কৰাৰ কথা জানিব পৰা গৈছে।

আনহাতে আৰক্ষীৰ তৎপৰতাপূৰ্ণ পদক্ষেপকলৈ জিলাখনৰ জনসাধাৰণ আশাবাদী হৈ পৰিছে আৰু আদালতে বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে শীঘ্ৰে দোষী ব্যক্তিক শাস্তি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd