• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Nobel Prize 2021: দুই প্ৰখ্যাত বিজ্ঞানীলৈ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 6, 2021 8:03 pm
550
VIEWS
Share on FacebookShare on Twitter

পদাৰ্থবিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ পিছত আজি ঘোষণা কৰা হয় ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা।

এইবেলি দুগৰাকী প্ৰসিদ্ধ বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা।ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰা বিজ্ঞানী দুগৰাকী হৈছে ক্ৰমে বেঞ্জামিন লিষ্ট আৰু ডেভিড মেকমিলান।

ন’বেল কমিটিৰ সূত্ৰই প্ৰকাশ কৰা মতে Asymmetric Organocatalysis প্ৰস্তুত কৰাৰ স্বীকৃতি স্বৰূপেই বিজ্ঞানী দুগৰাকীলৈ এই বছৰৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে।

জটিল অনুঘটক আৱিষ্কাৰ কৰি বিজ্ঞানী দুগৰাকী এই বিষয়ত ভৱিষ্যতে অধিক গৱেষণাৰ বাট মুকলি কৰি দিছে বিজ্ঞানী দুগৰাকীয়ে।

সৌৰকোষৰ লগতে আন বিভিন্ন সামগ্ৰীত জটিল আণৱিক গঠনৰ ভুমিকাৰ বিষয়ে বিজ্ঞানী দুগৰাকীয়ে গৱেষণা কৰিছিল। দৰৱ প্ৰস্তুতৰ ক্ষেত্ৰতো এনে জটিল আণৱিক গঠনে বিশেষ প্ৰভাৱ পেলায়।উল্লেখ্যে কালি ন’বেল কমিটিয়ে পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা কৰিছিল।

এই বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা জাপান, জাৰ্মানী আৰু ইটালীৰ তিনি বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে।

জাপানৰ ৯০ বছৰীয়া চেউকুৰো মানেবে আৰু জাৰ্মানীৰ ৮৯ বছৰীয়া ক্লাউছ হেচেলমেনক “পৃথিৱীৰ জলবায়ুৰ ভৌতিক আৰ্হি প্ৰস্তুত কৰা, পৰিৱৰ্তনশীলতাৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু বিশ্বাসযোগ্যভাৱে গোলকীয় উষ্ণতাৰ ভৱিষ্যতবাণী কৰা” শীৰ্ষক গৱেষণাৰ বাবে নোবেল বঁটা লাভ কৰিছে।

আনহাতে ইটালীৰ ৭৩ বছৰীয়া জৰ্জিঅ’ পেৰিছক তেওঁৰ “পাৰমাণৱিকৰ পৰা গ্ৰহীয় স্কেললৈ ভৌতিক প্ৰণালীৰ বিশৃংখলতা আৰু তাৰতম্যৰ আৱিষ্কাৰৰ” বাবে প্ৰদান কৰা হৈছে পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা।

বিজয়ীসকলৰ নাম মঙলবাৰে ৰয়েল চুইডিছ একাডেমী অফ চাইন্সেছৰ চেক্ৰেটেৰী জেনেৰেল গোৰান হান্সনে ঘোষণা কৰে।
এই পুৰস্কাৰটোৰ সৈতে এটা সোণৰ পদক আৰু ১০ নিযুত চুইডিছ ক্ৰ’নাৰ প্ৰদান কৰা হয়।

১৮৯৫ চনত মৃত্যুবৰণ কৰা আলফ্ৰেড নবেলৰ ইচ্চাপত্ৰ অনুসৰি নবেল বঁটা প্ৰদান কৰা হয় ।

সোমবাৰে ন’বেল সমিতিয়ে আমেৰিকান ডেভিদ জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানৰ নাম “মানৱ শৰীৰে উষ্ণতা আৰু স্পৰ্শ কেনেদৰে অনুভৱ কৰে”- গৱেষণাৰ বাবে ফিজিঅ’লজীৰ নোবেল পুৰস্কাৰ বিজয়ী হিচাপে ঘোষণা কৰিছিল ।

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd