• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাস্থ্যখণ্ডত ৰসায়নঃ তিনি বিজ্ঞানীলৈ ২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 5, 2022 6:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বত কালান্তক ৰূপ ধাৰণ কৰা কৰ্কটকে ধৰি আন বহু ৰোগৰ দৰব উদ্ভাৱন কৰিব পৰাকৈ ৰসায়ন বিজ্ঞানক ব্যৱহাৰ কৰিব পৰাৰ পথৰ সন্ধান দিয়াৰ বাবে তিনিগৰাকী বিজ্ঞানীক প্ৰদান কৰা হৈছে চলিত বৰ্ষৰ ৰসায়নৰ ন’বেল বঁটা। আজি ৰয়েল চুইডিছ একাডেমী অফ চাইন্সেছে ষ্টকহোমত ২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা কেৰোলিন আৰ বাৰটোজি, মৰ্টেন মেলডাল আৰু কে বেৰী শ্বাৰ্পলেছক “অণু বিষয়ক ” গৱেষণাৰ বাবে প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে।

ৰসায়ন বিজ্ঞানৰ দুই নতুন শাখা ক্লিক কেমিষ্ট্ৰী আৰু বায়োৰথোগোনেল কেমিষ্ট্ৰীৰ বিকাশৰ বাবে এই তিনিগৰাকী বিজ্ঞানীলৈ ৰসায়নৰ ন’বেল প্ৰদান কৰা হৈছে। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক কেৰোলিন বেৰ্টজিয়ে ক্লিক কেমিষ্ট্ৰীক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। তেওঁ জৈৱ-অৰ্থোগোনেল প্ৰতিক্ৰিয়া কোষত সংঘটিত স্বাভাৱিক ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে গৱেষণা চলাইছিল। ব্যাঘাত নকৰাকৈ সংঘটিত হয়।

Apply Now

বেৰী শ্বাৰ্পলেছ আৰু মৰ্টেন মেল্ডলে ৰসায়ন বিজ্ঞানৰ এক কাৰ্যকৰী শাখা – ক্লিক কেমিষ্ট্ৰীৰ উদ্ভাৱন কৰিছে – য’ত আণৱিক প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰা হয়।

মাৰ্কিন অধ্যাপক শ্বাৰ্পলেছে স্ক্ৰিপছ ৰিচাৰ্চ প্ৰতিস্থানত কাম কৰে, মেলডাল কোপেনহেগেন বিশ্ববিদ্যালয়ৰ অধ্যাপক।
ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ২০২২ প্ৰদান কৰা হৈছে সেইসকল বিজ্ঞানীক যিকলে কঠিন প্ৰক্ৰিয়াবোৰ সহজ কৰাৰ বিষয়ে গৱেষণা চলাই আছে।

ক্লিক ৰসায়ন বিজ্ঞান ঔষধৰ বিকাশত, ডিএনএ মেপিং কৰিবলৈ ব্যৱহাৰ কৰা হয়। জৈৱ অৰ্থোগোনেল প্ৰতিক্ৰিয়া ব্যৱহাৰ কৰি গৱেষকসকলে কৰ্কট ৰোগৰ ঔষধ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

এই পুৰষ্কাৰত ১০ নিযুত চুইডিছ ক্ৰ’নাৰ (প্ৰায় ৯০০,০০০ ডলাৰ) । জানিব পৰা মতে অহা ১০ ডিচেম্বৰত বঁটাসমূহ প্ৰদান কৰা হ’ব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd