DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত আৰম্ভ হ’ল চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 3, 2022 4:22 pm
136
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ পানীখাইটিত অৱস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত আজিৰে পৰা চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা আৰম্ভ হৈছে।

পশ্চিম বংগ, বিহাৰ, মেঘালয়, নাগালেন্ড, মহাৰাষ্ট্ৰ ত্ৰিপুৰা আৰু বাংলাদেশৰ পৰাও খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ৬৩ জন ফিডে ৰেটেড খেলুৱৈ সহ মুঠ ১৪০ জন খেলুৱৈয়ে এই প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতা খন ৮জুলাইত অন্ত পৰিব।

ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে এই প্ৰতিযোগিতা খনত মুখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰিব।আজি প্ৰতিযোগিতা খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰে।

উদ্বোধনী অনুষ্ঠানত দবা খেলুৱৈ অভিভাৱক ফোৰামৰ সভাপতি ড: শিবেন দত্ত, কোষাধ্যক্ষ চুজাউল ইছলাম হাজৰিকা, সহকাৰী সম্পাদক বিমল শৰ্মা, শান্তনু বৰঠাকুৰ আৰু মুখ্য আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথ উপস্থিত থাকে।

আজিৰ খেলত শীৰ্ষ বাছনিৰ পশ্চিম বংগৰ অৰ্পণ দাসে অসমৰ অথৰ্ব মহন্তক পৰাজিত কৰে।

Recent News

Rs 390 crore illegal property seized in Maharashtra

মহাৰাষ্ট্ৰত আয়কৰ বিভাগৰ অভিযান: ৩৯০ কোটি টকা মূল্যৰ বেনামী সম্পত্তি জব্দ

দুৰ্নীতি নিবাৰক শাখাৰ অভিযান; উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল কাৰ্যালয় সহায়ক লোহিত ফুকন

দুৰ্নীতি নিবাৰক শাখাৰ অভিযান; উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল কাৰ্যালয় সহায়ক লোহিত ফুকন

কেনেকৈ বাংগালোৰত কাম দিয়াৰ নামত দালালে কাশ্মীৰত বিক্ৰী কৰিলে বিশ্বনাথৰ যুৱকক?

কেনেকৈ বাংগালোৰত কাম দিয়াৰ নামত দালালে কাশ্মীৰত বিক্ৰী কৰিলে বিশ্বনাথৰ যুৱকক?

communal clashes in Karnataka

প্ৰেমক কেন্দ্ৰ কৰি কৰ্ণাটকত সাম্প্ৰদায়িক সংঘৰ্ষ: দুগৰাকী ব্যক্তিৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd