• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটা আৰু কৃষ্ণাইত উলহ-মালহেৰে ষট পূজা পালন

NE NOW NEWS পুলেন্দ্ৰ দাস, নীলমণি শৰ্মা
বৰপেটা, কৃষ্ণাই , November 13, 2018 7:48 pm

2 min read

বৰপেটা আৰু কৃষ্ণাইত উলহ-মালহেৰে ষট পূজা পালন
372
VIEWS
Share on FacebookShare on Twitter

বৰপেটা:

সমগ্ৰ দেশৰ লগতে আজি বৰপেটাতো উলহ-মালহেৰে ষট পূজা পালন কৰা হয়। ষট পূজা উপলক্ষে বৰপেটা চহৰত থকা বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায় ৷

ষট পূজাৰ লগত সংগতি ৰাখি আজি বিয়লিৰ ভাগত বিহাৰী সম্প্ৰদায়ৰ লোক সকলে বৰপেটা চহৰৰ চাউলখোৱা নৈত সূৰ্য পূজা কৰে ৷ এই পূজা পালন কৰাৰ বাবে ভক্তসকলে নতুন পাচিত নৈৱেদ্য লৈ অহা দেখা যায়। নৈৰ পাৰত পূজা সমাপন কৰি নৈবৰ্দ সমূহ লৈ ভক্তসকলে পুনৰ ঘৰলৈ ৰাওনা হয় ৷

আনহাতে নিশা ১২ বজাৰ পিছত পুনৰ ভক্তসকলে নৈৰ পাৰলৈ আহি পূজা কৰিব। উল্লেখযোগ্য যে কাইলৈ সূৰ্য উদয় হোৱাৰ পূৰ্বে এই পূজাৰ সামৰণি পৰিব।

ষট পূজা প্ৰত্যক্ষ কৰাৰ বাবে চাউলখোৱাৰ পাৰঘাটত বহু লোকৰ সমাগম হৈ ঠাইখিনি একপ্ৰকাৰ সমন্বয়ৰ ক্ষেত্ৰলৈ পৰিগণিত হয় ৷

কৃষ্ণাই:

সমগ্র দেশৰ লগতে গোৱালপাৰাৰ কৃষ্ণাইতো আজি উলহ মালহেৰে বিহাৰী সম্প্ৰদায়ৰ লোক সকলে ষট পূজা পালন কৰে।

পূজা উপলক্ষে আজি আবেলি কৃষ্ণাই নৈ ঘাটত হাজাৰ হাজাৰ লোকৰ সমাগম হয়।

বিহাৰী সম্প্ৰদায়ৰ লোক সকলৰ পৰম্পৰা অনুসৰি ভক্তসকলে নৈৰ পানীত নামি সূৰ্য দেৱতাক পূজা অৰ্চনা কৰে। পূজা উপলক্ষে নৈ পাৰত ধৰ্মীয় কাৰ্যসূচী লগতে নাম প্ৰসংগৰো আয়োজল কৰা হয় ৷

ইয়াৰ উপৰি বিভিন্ন ধৰ্মাৱলম্বী লোকেও ষট পূজা উপভোগ কৰিবলৈ নৈৰ ঘাটত উপস্থিত হোৱা দেখা যায়। কাইলৈ পুৱতি নিশা এই পূজাৰ সামৰণি পৰিব।

ষট পূজাৰ বাবে আৰক্ষী প্ৰশাসনে কৃষ্ণাই নৈৰ পাৰত নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে ৷

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd