• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ঈশ্বৰৰ দূত’ আখ্যা দি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক তুলাধুনা চিদাম্বৰমৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 29, 2020 4:23 pm

1 min read

FM-answer-ho
443
VIEWS
Share on FacebookShare on Twitter

দেশৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক ‘ঈশ্বৰৰ দূত’ আখ্যা দিলে কংগ্ৰেছেৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে।

শেহতীয়াকৈ দেশৰ বিধ্বস্ত অৰ্থনীতি সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ বিত্তমন্ত্ৰী সীতাৰমণে কৈছিল যে ক’ৰ’ণা মহামাৰীৰ বাবেই দেশৰ অৰ্থনীতি ভাগি পৰিছে।

ক’ৰ’ণাক ‘ঈশ্বৰৰে লীলা’ বুলিও বিত্তমন্ত্ৰী গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল।

ক’ৰ’ণাক ‘ঈশ্বৰৰ লীলা’ বুলি কোৱাৰ পিছতে কংগ্ৰেছৰ নেতা পি চিদাম্বৰমে সীতাৰমণক উভতি ধৰি কয় যে সীতাৰমণ দৰাচলতে ‘ঈশ্বৰৰ দূত’।

সেইবাবেই তেওঁ ক’ৰ’ণা যে ‘ঈশ্বৰৰে লীলা’ সেয়া জানিব পাৰিছে।

ক’ৰ’ণাৰ বাবেই দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰা বুলি বিত্তমন্ত্ৰী সীতাৰমণে কৰা মন্তব্য সন্দৰ্ভত চিদাম্বৰমে এইবুলি প্ৰশ্ন কৰে যে ২০১৭-১৮,২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত দেশত ক’ৰ’ণা আছিল জানো?

এই বছৰ সমূহত কিয় দেশৰ অৰ্থনীতি নিশকতীয়া হৈ পৰিল বুলি চিদাম্বৰমে সীতাৰমণক প্ৰশ্ন কৰে।
উল্লেখ্য ক’ৰ’ণাৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহক অনাদায় হৈ থকা জি এছ টিৰ ধন আদায় দিয়া নাই।

ফলত ভীষণ আৰ্থিক সংকটৰ গৰাহত পৰিছে ৰাজ্য সমূহ।ইয়াৰ বিপৰীতে কেন্দ্ৰই ৰাজ্য সমূহক ঋণ লৈহে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পৰামৰ্শ দিছে।

চিদাম্বৰমৰ মতে ক’ৰ’ণাতংকৰ বাবে নহয়,চৰকাৰৰ অপৰিপক্ক নীতিৰ বাবেহে দেশৰ অৰ্থনীতি বিধ্বস্ত হৈছে।

Recent News

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

zubin

অনন্য ৰূপত জুবিন গাৰ্গ; বিশেষভাৱে সক্ষম শিশুৰ সৈতে পালন কৰিলে ভোগালী বিহু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd