• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অযোধ্যা ৰায়দানৰ এদিন পিছতে গুৱাহাটীত উপস্থিত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 11, 2019 11:34 am

2 min read

75289395_1343541142491784_3106878118137167872_n
14.6k
VIEWS
Share on FacebookShare on Twitter

বহু প্ৰত্যাশিত অযোধ্যা গোচৰৰ ৰায়দানৰ এদিন পিছতে অৰ্থাৎ আজি গুৱাহাটীত উপস্থিত হৈছে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।

গুৱাহাটীৰ ITA মাছখোৱা প্ৰকল্পত এখন গ্ৰন্থ উন্মোচনী সভাত অংশ লোৱাৰ উদ্দেশ্যে তেওঁ অসমলৈ আহিছে।

উল্লেখ্য যে মুখ্য ন্যায়াধীশ গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা প্ৰকাশিত ‘Courts of India : Past to Present’ ৰ অসমীয়া অনুবাদ ‘ভাৰতবৰ্ষৰ আদালতসমূহ : অতিতৰ পৰা বৰ্তমানলৈ’ নামৰ গ্ৰন্থখন উন্মোচন কৰিব।

তেওঁৰ উপৰি এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ শাৰদ অৰৱিন্দ ববডে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যয়াধীশ অজয় লাম্বাৰ লগতে বহুতো গণ্য মান্য ব্যক্তি।

গুৱাহাটীলৈ অহাৰ পূৰ্বে গগৈয়ে প্ৰথমে দিল্লীৰ পৰা পোনে পোনে ডিব্ৰুগড়স্থিত খলিমাৰীৰ নিজ বাসগৃহত উপস্থিত হয়। আৰু তাৰ পৰা বিয়লিভাগত বিশেষ বিমানযোগে গুৱাহাটীলৈ আহে বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেইবা গৰাকীও মন্ত্ৰী-বিষয়াই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক উষ্ম আদৰণি জনায়।

উল্লেখযোগ্য যে, শনিবাৰে অযোধ্যা গোচৰক লৈ দিয়া ঐতিহাসিক ৰায়দানৰ পিছতে কেন্দ্ৰীয় চৰকাৰে মুখ্য ন্যায়াধীশ গগৈৰ নিৰাপত্তা ব্যৱস্থা জেদ প্লাছলৈ উন্নীত কৰে।

অহা ১৭ নৱেম্বৰত ৰঞ্জন গগৈয়ে দেশৰ মুখ্য ন্যায়াধীশৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব। অৱসৰৰ পিছত তেওঁ গুৱাহাটীতে বসবাস কৰাৰ পৰিকল্পনা কৰিছে।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd